• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচিত হ’ল এছ এফ আইৰ নতুন সাধাৰণ সম্পাদক আৰু সভাপতি : কোনে কোনে পালে দায়িত্ব?

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 29, 2025 7:25 pm
266
VIEWS
Share on FacebookShare on Twitter

দায়িত্ব বাঢ়িল চিপিআই(এম)ৰ যুৱ নেতা সৃজন ভট্টাচাৰ্যৰ।  চি পি আই (এম)ৰ ছাত্ৰ সংগঠন এছ এফ আইৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে সৃজন।

দেওবাৰে এছ এফ আইৰ নতুন সাধাৰণ সম্পাদক আৰু সভাপতিক নিযুক্তি দিয়া হয়।

কেৰালাৰ আদৰ্শ এম সাজীক সংগঠনটোৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। কেৰালাৰ কোঝিকোডত চলি আছে এছ এফ আই সন্মিলন।

সৃজনে সংগঠনত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ উপৰিও ৰাজনীতিৰ এজন ভাল বক্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। ইতিমধ্যে তেওঁৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অভিজ্ঞতা আছে। সৃজন ভট্টাচাৰ্য কেইবাবছৰ ধৰি এছ এফ আইৰ ৰাজ্যিক সম্পাদক আছিল।

ইয়াৰ পূৰ্বে ময়ুখৰঞ্জন বিশ্বাস এছ এফ আইৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আছিল। বয়সৰ সীমাৰ বাবে এই পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছে তেওঁ। নিয়ম অনুসৰি ৩৫ বছৰ বয়স হোৱাৰ পিছত এছ এফ আইৰ লগত থাকিব নোৱাৰে। সৃজনৰ বয়স বৰ্তমান ৩২ বছৰ। ফলত তেওঁ এতিয়া তিনি বছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হিচাপে থাকিব পাৰিব।

আনহাতে, আদৰ্শ এম. সাজীয়ে নতুন সভাপতিৰ দায়িত্ব লাভ কৰিছে। তেওঁ কেৰালাৰ ছাত্ৰ সংগঠনৰ সদস্য আছিল। দলৰ নেতৃত্বই দুয়োকে অভিনন্দন জনাইছে।

Recent News

নাবালিকাৰ সৈতে যৌ*ন নিৰ্যাতনৰ গোচৰৰ নিজাববীয়াকৈ নিষ্পত্তি গ্ৰহণযোগ্য নহয়: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

নাবালিকাৰ সৈতে যৌ*ন নিৰ্যাতনৰ গোচৰৰ নিজাববীয়াকৈ নিষ্পত্তি গ্ৰহণযোগ্য নহয়: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

প্ৰমাণৰ অভাৱ! মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা, ৭জন অভিযুক্তক দোষমুক্ত

প্ৰমাণৰ অভাৱ! মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা, ৭জন অভিযুক্তক দোষমুক্ত

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd