• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰোৱনী হ’ব নে দাৱনী? ১৩ কোটি মূল্যৰ কৃষি ভূমি ক্ৰয় কৰিলে শ্বাখৰুখ কন্যা সুহানাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2023 4:24 pm
600
VIEWS
Share on FacebookShare on Twitter

এইবাৰ খেতিত নামিব নেকি বলিউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কন্যা সুহানা খান? কিয়নো শেহতীয়াকৈ মুম্বাইৰ আলিবাগত ১২.৯১ কোটি টকাত বিশাল পৰিমাণৰ খেতিৰ মাটি ক্ৰয় কৰিছে সুহানাই। জানিব পৰা মতে, সুহানা খানে মুম্বাইৰ আলিবাগত প্ৰায় ১.৫ একৰ কৃষিভূমি ক্ৰয় কৰিছে ।

উল্লেখ্য যে ছুপাৰষ্টাৰগৰাকীৰ কন্যা সুহানাই নতুনকৈ খোজ দিছে বলিউড জগতত। কিছুদিনৰ পিছত মুক্তি পাবলগা  ‘দ্য আৰ্চিজ’ নামৰ বোলছবিখনৰ দ্বাৰাই প্ৰথম বাৰৰ পৰ্দাত নিজৰ চেহেৰা দেখাব সুহানা খানে। 

শেহতীয়াকৈ সুহানাই ছবিখনৰ কলা-কুশলীৰ সৈতে ব্ৰাজিলত অনুষ্ঠিত হোৱা TUDUM অনুষ্ঠানত উপস্থিত হৈছিল ৷ এই অনুষ্ঠানতেই মুকলি কৰা হৈছিল এই ছবিখনৰ ট্ৰেইলাৰ ।  এই অনুষ্ঠানত এক সুন্দৰ নৃত্যৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিছিল সুহানাই।

সেই অনুষ্ঠানৰ পিছতেই শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে সুহানা  ৷ অৱশ্যে এইবাৰ ছবিৰ কাৰণে নহয়, বৰঞ্চ অন্য এক কাৰণত হে সামাজিক মাধ্যমৰ চৰ্চালৈ আহিছে সুহানা ৷  সুহানাই ১২.৯১ কোটি মূল্যৰ কৃষিভূমি ক্ৰয় কৰিছে ।  সুহানাই ১২.৯১ কোটি টকাত আলিবাগৰ থাল গাঁৱৰ ১.৫ একৰ কৃষিভূমি ক্ৰয় কৰিছে সুহানাই। 

এই খবৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগেই চৰ্চালৈ আহিছে সুহানা ৷ উল্লেখ্য যে ১ জুনত সুহানা খানে এই কৃষিভূমিৰ চুক্তি কৰিছিল । একে সময়তে সুহানা খানে এই মাটিৰ বাবে ৭৫ লাখৰো অধিক ষ্টাম্প ডিউটি আদায় দিছে । 

এই খিনিতে প্ৰশ্নৰ উদয় হৈছে যে ইমান বিশাল পৰিমাণৰ কৃষিভূমি কি কৰিব শ্বাহৰুখ কন্যাই ? সততেই বহুতৰ মনলৈ আহিছিল – হয়তো এই কৃষিভূমিত ফচল উৎপাদন কৰিব তৰুণ অভিনেত্ৰীগৰাকীয়ে। কিন্তু এই মাটি কৃষিৰ বাবে ব্যৱহাৰ নকৰে শ্বাহৰুখ কন্যাই।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বিশাল পৰিমাণৰ মাটিত ইতিমধ্যেই অট্টালিকা নিৰ্মাণৰ কাম আৰম্ভ হৈছে। অঞ্জলি, ৰেখা আৰু প্ৰিয়া নামৰ তিনিগৰাকী ভগ্নীৰ পৰা বৃহৎ অংকৰ ধনৰ বিনিময়ত নিৰ্মাণ কাৰ্যৰ বাবে সুহানাই ক্ৰয় কৰিছে এই ভূমি।

উল্লেখ্য যে সুহানাৰ প্ৰথম ছবি ‘দ্য আৰ্চিজ’ অতি সোনকালে নেটফ্লিক্সত মুক্তি পাব । একে সময়তে শ্বাহৰুখ খানৰ ‘জোৱান অৰ ডাংকি’ অতি সোনকালেই ছবিগৃহলৈ আহিব।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd