• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ কোভিড পৰামৰ্শদাতা কমিটিৰ পৰা পদত্যাগ বিশিষ্ট ভাইৰ’লজিষ্ট ছাহিদ জামিলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2021 12:27 pm
mmmk
403
VIEWS
Share on FacebookShare on Twitter

দেশত ক’ৰ’নাৰ তৃতীয় ঢৌ অহাৰ আশংকা ঘনীভূত হৈ পৰাৰ সময়তে আজি কোভিড পৰামৰ্শদাতা সমিতিৰ পৰা আচম্বিতে পদত্যাগ কৰে বিশিষ্ট ভাইৰ’লজিষ্ট ছাহিদ জামিলে।

SARS-COV-2 জেন’মিক্স কনছৰ্টিয়াৰ মুৰব্বী হিচাবে নিযুক্ত জামিলে কি কাৰণত পদত্যাগ কৰিছে সেয়া এতিয়াও ৰাজহুৱা কৰা নাই।উল্লেখ্য SARS-COV-2 জেন’মিক্স কনছৰ্টিয়াই দেশৰ ১০ টা প্ৰধান পৰীক্ষাগাৰত কোভিড ভাইৰাছৰ মিউটেছন সন্দৰ্ভত পৰ্যবেক্ষণ অব্যাহত ৰাখিছে।

কোভিড পৰামৰ্শদাতা সমিতি খনৰ মুৰব্বী জামিলে প্ৰথমৰে পৰা দেশত অতিমাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাক সমালোচনা কৰি আহিছিল।

সেইবাবেই তেওঁৰ ওপৰত কোনো বিশেষ পক্ষই হেঁচা প্ৰয়োগ কৰিব পাৰে বুলিও বহুতে সন্দেহ ব্যক্ত কৰিছে।

১৩ মে’ৰ দিনা বিখ্যাত ভাইৰ’লজিষ্টগৰাকীয়ে নিউয়ৰ্ক টাইমছত এইবুলি লিখিছিল যে ৩০ এপ্ৰিলত দেশৰ ৮০০ গৰাকী বিজ্ঞানীয়ে চৰকাৰক কোভিডৰ সংক্ৰমণ আৰু ভেকচিন প্ৰদান আদি বিষয়ৰ তথ্য বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন চিঠি লিখিছিল।

কোভিড সম্পৰ্কীয় সঠিক তথ্য নথকাৰ বাবেই বিজ্ঞানীসকলে বহু বিষয়ত গৱেষণা তথা পৰ্যবেক্ষণ চলোৱাত বাধাৰ সন্মুখীন হোৱা বুলিও তেওঁ প্ৰৱন্ধটোত প্ৰকাশ কৰিছিল।

এনেবোৰ কাৰণতে কোনো পক্ষই তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

বিশিষ্ট ভাইৰ’লজিষ্টগৰাকীয়ে কোভিডৰ B.1.617 ষ্ট্ৰেইনৰ বিষয়ে গৱেষণা চলাই আহিছিল।

কোভিডৰ এই ষ্ট্ৰেইন ভাৰতত ক’ৰ’নাৰ দ্বিতীয় ঢৌ অহাৰ সময়ত মিউটেড হোৱা বুলি বিদেশৰ বহু দেশে কৈ আহিছে।

Recent News

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd