• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টী-২০ বিশ্বকাপৰ ৱাৰ্ম-আপ: একেৰাহে চাৰিটা বলত চাৰিটা উইকেট! ছামীৰ বিধ্বংসী বলিঙত ছাৰখাৰ অষ্ট্ৰেলিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2022 3:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টী-২০ বিশ্বকাপৰ সোমবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা ৱাৰ্ম-আপ মেচখনত মহম্মদ ছামী ভাৰতৰ বাবে প্ৰত্যাশিত জয়ৰ নায়ক হৈ পৰিল। ১৯ অভাৰলৈকে অব্যৱহৃত হৈ থকাৰ পিছত ৰোহিত শৰ্মাই ২০ তম অভাৰটো ছামীক দিয়ে।

অষ্ট্ৰেলিয়াক জিকিবলৈ ৬ টা বলত ১১ ৰাণৰ প্ৰয়োজন আছিল। শ্বামীয়ে বলিঙেৰে বিস্ফোৰণ ঘটায়। তেওঁ একেৰাহে চাৰিটা বলত চাৰিটা উইকেট দখল কৰে। দ্ৰুতবেগী বলাৰগৰাকীয়ে অষ্ট্ৰেলিয়াৰ নিশ্চিতভাৱে জিকা খেলখনৰ সপোন ভংগ কৰে। এৰন ফিঞ্চে আনকি ভবাই নাছিল যে তেওঁৰ বাবে ইমান এটা ডাঙৰ আঘাত আহিব পাৰে। অন্তিম অভাৰত ছামীৰ সৌজন্যত ভাৰতে অষ্ট্ৰেলিয়াক ৬ ৰাণত পৰাস্ত কৰে আৰু দলৰ আত্মবিশ্বাস বৃদ্ধি কৰে।

এৰন ফিঞ্চৰ অষ্ট্ৰেলিয়াই টছত জয়ী হৈছিল আৰু ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। নিৰ্ধাৰিত অভাৰত ৭ টা উইকেট হেৰুৱাই ভাৰতে ১৮৬ ৰাণ সংগ্ৰহ কৰিছিল। কে এল ৰাহুল আৰু ৰোহিত শৰ্মাৰ চিনাকি যুটিটো ইনিংছ আৰম্ভ কৰিছিল।

তেওঁলোকে ৭.৩ অভাৰত ৭৮ ৰাণ সংগ্ৰহ কৰিছিল। ৰাহুল ৩৩ টা বলত ৫৭ ৰাণ কৰি আউট হৈছিল। মেক্সৱেলৰ বলত তেওঁ এষ্টন আগৰক কেচ তুলি দিছিল। অধিনায়ক ৰোহিতক এষ্টন আগৰে আউট কৰে। তেওঁ কেচটো গ্লেন মেক্সৱেলক দিয়ে। তেওঁ ১৪ টা বলত ১৫ ৰাণ সংগ্ৰহ কৰে। বিৰাট কোহলীয়ে ১৩ টা বলত ১৯ ৰাণ সংগ্ৰহ কৰে। তেওঁ মিচেল ষ্টাৰ্কৰ চিকাৰ হয়।

চাৰি নম্বৰত বেটিং কৰিবলৈ নামি সূৰ্যকুমাৰ যাদৱে আকৌ এবাৰ প্ৰমান কৰি দিলে যে তেওঁ আৰু ধাৰাবাহিকতা সমাৰ্থক। বিশ্বৰ দুই নম্বৰ টি-২০ বেটছমেনজনে ৩৩ টা বলত ৫০ ৰাণৰ ইনিংছ খেলে। হাৰ্ডিক পাণ্ডিয়া মাত্ৰ ২ ৰাণতে উভতি যায়। ফিনিচাৰৰ ভূমিকা পালন কৰা দিনেশ কাৰ্তিকে ১৪ টা বলত ২০ ৰাণ সংগ্ৰহ কৰে। নিৰ্ধাৰিত অভাৰত ৭ টা উইকেট হেৰুৱাই ভাৰতে ১৮৬ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ চাৰিটা উইকেট দখল কৰে কেন ৰিচাৰ্ডচনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd