• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্তম্ভিত বিশ্ব: হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2022 8:12 pm
cropped-shanewarne_banner_archive
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীক স্তম্ভিত কৰি তুলি আজি অষ্ট্ৰেলিয়াৰ কিংবদন্তি স্পীনাৰ শ্বেন ৱাৰ্ণৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ ৫২বছৰ।

শ্বেন ৱাৰ্ণৰ সংস্থাৰ তৰফৰ পৰা কিংবদন্তি লেগ স্পীনাৰ গৰাকীৰ মৃত্যুৰ খবৰ জনোৱা হয়।হৃদৰোগত আক্ৰান্ত হৈ শ্বেন ৱাৰ্ণৰ মৃত্যু হোৱা বুলি কোৱা হৈছে।

লগতে পঢ়ক: যুদ্ধৰ আঁৰৰ খবৰ: ইউক্ৰেইনৰ ১৮হাজাৰ শৰণাৰ্থীয়ে আশ্ৰয় লৈছে জাৰ্মানীত

মৃত্যু হোৱাৰ সময়ত শ্বেন ৱাৰ্ণ থাইলেণ্ডত আছিল।

উল্লেখ্য যে আজি পুৱাই অষ্ট্ৰেলিয়াৰ আন এগৰাকী কিংবদন্তি ক্ৰিকেটাৰ ৰড মাৰ্শ্বৰ মৃত্যু হৈছিল। তাৰপিছতে শ্বেন ৱাৰ্ণ আকস্মিক মৃত্যুৰ খবৰে এতিয়া সমগ্ৰ বিশ্বৰ  ক্ৰিকেট মহলক শোকস্তব্ধ কৰি তুলিছে।   

শ্বেন  ৱাৰ্ণৰ জন্ম হৈছিল ১৯৬৯ চনৰ ১৩ ছেপ্টেম্বৰত।

ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ বলাৰ হিচাপে বিবেচিত হোৱা ৱাৰ্ণক ১৯৯৪ চনত ৱিজডেন ক্ৰিকেটাৰ অফ দা ইয়েৰৰ সন্মানেৰে সন্মানিত কৰা হৈছিল। 

তেওঁ ১৯৯৭ চনত ৱিজডেন লিডিং ক্ৰিকেটাৰ ইন দা ৱৰ্ল্ড (নেছনেল উইনাৰ) আছিল।

নিষিদ্ধ ড্ৰাগছ গ্ৰহণৰ বাবে ২০০৩ চনত তেওঁক খেলৰ পৰা নিষিদ্ধ কৰা হৈছিল।

২০২০ চনত ক্ৰিকেট বিশেষজ্ঞৰ এটা পেনেলে তেওঁক শতিকাৰ পাঁচজন ‘উইজডেন ক্ৰিকেটাৰ’ৰ ভিতৰত এজন হিচাপে নিৰ্বাচিত কৰিছিল।

তেওঁ ২০১৩ চনৰ জুলাইত ক্ৰিকেটৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ লৈছিল।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ লগতে ৱাৰ্ণে নিজৰ গৃহ ৰাজ্য ভিক্টোৰিয়াৰ হৈ ঘৰুৱা ক্ৰিকেট আৰু হেম্পশায়াৰৰ হৈ ইংলিছ ঘৰুৱা ক্ৰিকেট খেলিছিল। তেওঁ হেম্পশায়াৰ দলৰ অধিনায়ক আছিল ।

ৱাৰ্ণে ১৯৯২ চনত তেওঁৰ প্ৰথম খন টেষ্ট মেচ খেলিছিল আৰু ১,০০০ তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় উইকেট (টেষ্ট আৰু এদিনীয়া আন্তৰ্জাতিক খেলত) দখল কৰিবলৈ সক্ষম হৈছিল।

২০০৭ চনৰ জানুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ৫-০ এছেজ শৃংখলা বিজয়ৰ পিছত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।

সেই সময়ত অষ্ট্ৰেলিয়ান দলৰ অবিচ্ছেদ্য আন তিনিজন খেলুৱৈ- গ্লেন মেকগ্ৰা, ডেমিয়েন মাৰ্টিন আৰু জাষ্টিন লেংগাৰেও একে সময়তে টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

২০০৮ চনৰ মাৰ্চৰ শেষৰ ফালে তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম চাৰিটা ছিজনত (২০০৮-২০১১) খেলিছিল।

দলটোত তেওঁ অধিনায়ক আৰু প্ৰশিক্ষক উভয়ৰে ভূমিকা পালন কৰিছিল।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd