• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় সেনা প্ৰধানৰ সৈতে বৈঠক বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

ভাৰত আৰু বাংলাদেশ সেনাৰ সহযোগিতা শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2023 10:38 am
Bangladesh
279
VIEWS
Share on FacebookShare on Twitter

দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে বাংলাদেশত উপস্থিত হয় ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে। ভাৰতীয় সেনা প্ৰধানগৰাকী মঙলবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে এক বৈঠকত মিলিত হয়।

এই বৈঠকত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশ আৰু ভাৰতীয় সেনাৰ সহযোগিতা শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ লগতে দুয়োখন দেশৰ আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষা অভিযানক দ্বিপাক্ষিক সহযোগিতাৰ নতুন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে।

জেনেৰেল মনোজ পাণ্ডেৰ সৈতে হোৱা বৈঠকত বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে বাংলাদেশৰ স্বাধীনতা যুঁজত ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাৰ সমৰ্থন তথা ভূমিকাৰ বিষয়েও বৈঠকত স্মৰণ কৰে।

এই সৌহাদ্যমূলক বৈঠকত ভাৰতীয় সেনা প্ৰধানগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰতিৰক্ষা উদ্যোগ খণ্ডত বাংলাদেশ আৰু ভাৰতৰ মাজত সহযোগিতা ভালদৰে আগবাঢ়িছে বুলি অৱগত কৰে।

উল্লেখ্য যে, সোমবাৰে ভাৰতীয় সেনাপ্ৰধান গৰাকীয়ে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল এছ এম ছফিউদ্দিন আহমেদক সাক্ষাৎ কৰিছিল।

সামৰিক বিবৃতি অনুসৰি দুয়োগৰাকী সেনা প্ৰধানে বৰ্তমানৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু ভৱিষ্যতৰ সহযোগিতাৰ বিষয়ে বৈঠকত আলোচনা কৰে।

Recent News

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

জনজাতি বিৰোধী মন্তব্য বিজেপি নেতাৰ! ৰাজ্যিক সভাপতিক বৰ্জনৰ আহ্বান অসম জনজাতি সংঘৰ

জনজাতি বিৰোধী মন্তব্য বিজেপি নেতাৰ! ৰাজ্যিক সভাপতিক বৰ্জনৰ আহ্বান অসম জনজাতি সংঘৰ

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd