• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিক গালি দিয়াৰ পৰিবৰ্তে শ্বেৰমান আলিয়ে কংগ্ৰেছক গালি পাৰে: আব্দুল খালেক

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 25, 2022 12:21 pm
Sherman Ali
116
VIEWS
Share on FacebookShare on Twitter

সতীৰ্থ শ্বেৰমান আলীৰ সমালোচনাত মুখৰ হৈছে এইবাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে বিজেপিক গালি দিয়াৰ পৰিবৰ্তে কংগ্ৰেছকহে গালি পাৰে বুলি মন্তব্য কৰিছে সাংসদ খালেকে।

খালেকে কয় যে শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা বৰ্খাস্ত কৰিলেই মুক্ত পক্ষী হৈ পৰিব। সেয়ে বিতৰ্কিত বিধায়ক গৰাকী যাতে মুক্ত পক্ষী হ’ব নোৱাৰে তাৰ বাবে শ্বেৰমান আলীক বৰ্খাস্ত কৰা হোৱা নাই বুলি উল্লেখ কৰে খালেকে।

অৱশ্যে বৰ্খাস্ত নকৰিলেও আলীক ইতিমধ্যে কংগ্ৰেছে খেদিলেই বুলিও খালেকে মন্তব্য কৰে।

খালেকে কয়, “বিজেপি চৰকাৰে তেওঁক জেলত ভৰাইছিল। অথচ তেওঁ বাৰে প্ৰতি কংগ্ৰেছতকৈ বিজেপি ভাল বুলি উল্লেখ কৰি আহিছে।”

“জেলত ভৰোৱাৰ বাবে শ্বেৰমান আলীয়ে গালি পাৰিব লাগিছিল বিজেপিক বা হিমন্ত বিশ্ব শৰ্মাক। কিন্তু তাৰ পৰিৱৰ্তে তেওঁ আকৌ গালি পাৰে কংগ্ৰেছ হে। তেওঁ এতিয়া কংগ্ৰেছত নাই।”- খালেকে লগতে কয়।

Recent News

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd