• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই পি এলৰ ১৩ বছৰীয়া ইতিহাসত ক্ৰমাগত দুটা শতকীয় ইনিংছেৰে ধাৱানৰ অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2020 10:16 pm
648
VIEWS
Share on FacebookShare on Twitter

দিল্লী কেপিটেলছৰ তাৰকা অপেনিং বেটছমেন শিখৰ ধাৱানে আজি আই পি এলৰ ইতিহাসত এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ধাৱানে তেৰ বছৰীয়া আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ক্ৰমাগতভাৱে দুটাকৈ শতৰাণ অৰ্জন কৰা প্ৰথম গৰাকী বেটছমেন হিচাপে আজি অভিলেখ গঢ়ে।

কিংগছ এলেভেন পঞ্জাৱৰ বিৰুদ্ধে খেলখনত অনবদ্য বেটিঙেৰে ধাৱানে দৰ্শনীয় শতৰানেৰে এই অভিলেখ অৰ্জন কৰে।

৩৪ বছৰীয়া বাওহতীয়া বেটছমেন গৰাকীয়ে মাত্ৰ ৫৭ টা বলৰ মুখামুখি হৈ ১০০ ৰানৰ সীমা অতিক্ৰম কৰে।

ইয়াৰ পূৰ্বৰ খেলখনত ধাৱানে চেন্নাই চুপাৰ কিংগছৰ বিৰুদ্ধে মাত্ৰ ৫৮ বলত দৰ্শনীয় ১০১ ৰান সংগ্ৰহ কৰি দিল্লীক বিজয়ী কৰিছিল।

চেন্নাই বিৰুদ্ধে অৰ্জন কৰা শতৰাণটো ধাৱানৰ আই পি এলত প্ৰথমটো শতৰান আছিল।

Recent News

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

চুৰি কৰিবলৈ গৈ গৃহস্থৰ পাকঘৰত ৰান্ধি থোৱা ভাত খাই টোপনিত ঢলি পৰিল চোৰ! পুৱা জগাই দি উত্তম-মধ্যম সোধালে গৃহস্থই

চুৰি কৰিবলৈ গৈ গৃহস্থৰ পাকঘৰত ৰান্ধি থোৱা ভাত খাই টোপনিত ঢলি পৰিল চোৰ! পুৱা জগাই দি উত্তম-মধ্যম সোধালে গৃহস্থই

নাহৰকটীয়াৰ ৰিগত অঘটন! দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন

নাহৰকটীয়াৰ ৰিগত অঘটন! দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd