• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাৰ চিনচিনাটি চহৰত মাজ ৰাতি গুলীচালনা : ১৮ গৰাকী গুলীবিদ্ধ, ৪ গৰাকী নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2020 5:59 pm
gun-2227646_1920

প্ৰতিকী ছবি

287
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ চিনচিনাটি চহৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।

শনিবাৰে ৰাতি চহৰখনৰ একাধিক স্থানত সংঘটিত গুলীচালনাত ১৮ জন লোক গুলীবিদ্ধ হৈছে। উক্ত গুলীবিদ্ধ ১৮ জন মাজৰ চাৰিজন লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে।

চহৰখনৰ আৰক্ষীৰ সূত্ৰৰ খবৰ মতে ৰাতি ১২ বজাত চহৰখনৰ আভোনডেল এলেকাত প্ৰথমে দুবৃত্তই গুলীচালনা কৰে। এই গুলীচালনা এণ্ট’নিঅ’ ব্লেয়াৰ নামৰ এজন যুৱকৰ লগতে আৰু তিনিজন যুৱক গুলীবিদ্ধ হয় আৰু চিকিৎসালয়লৈ নিয়াৰ পথত ব্লেয়াৰৰ মৃত্যু হয়।

ইয়াৰ পিছতে চহৰখনৰ অ’ভাৰ দ্য ৰাইন এলেকাত পুনৰ গুলীচালনা সংঘটিত হয়। এই গুলীচালনাত ১০ গৰাকী লোক গুলীবিদ্ধ হোৱাৰ লগতে ঘটনাস্থলীতে এগৰাকীৰ মৃত্যু হয়। আৰু এগৰাকীৰ গুলীবিদ্ধৰ চিকিৎসালয়ত মৃত্যু ঘটে।

ইয়াৰোপৰি চহৰখনৰ অৱালনাটৰ পাহাৰীয়া এলেকাতো দুবৃত্তই গুলীচালনা কৰে। দেওবাৰে পুৱা চহৰৰ পশ্চিমাঞ্চলতো সংঘটিত হয় গুলীচালনা। এই গুলীচালনাত এগৰাকী লোকৰ মৃত্যু ঘটিছে।

এক ডেৰ ঘণ্টাৰ ব্যৱধানত গুলীচালনাৰ ঘটনাবোৰ সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

চহৰখনৰ সহকাৰী আৰক্ষী আয়ুক্ত পল নিউজগেটে দাবী কৰিছে যে, সংঘটিত গুলীচালনাৰ ঘটনাবোৰ পৰম্পৰৰ সৈতে সম্পৰ্কৃত নহয়, আটাইকেইটা গুলীচালনা ঘটনাই একো একোটা বিচ্ছিন্ন ঘটনাহে।

আৰক্ষীয়ে গুলীচালনাৰ ঘটনাসমূহ বিচ্ছিন্ন ঘটনা বুলি দাবী কৰিলেও বৰ্তমানলৈকে ঘটনাৰ সন্দৰ্ভত কোনো লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

চহৰখনৰ মেয়ৰ জন ক্ৰানলিনে কয় যে মহামাৰীৰ সময়ত ৰেষ্টোৰেন্ট বাৰ আদি বন্ধ থকাত নিজৰ নিজৰ ঠাইত পাৰ্টি আদি কৰিবলৈ আৰম্ভ কৰিছে মানুহে। ইয়াৰ ফলতে এতিয়া বন্দুক সৰজলভ্য হোৱাত এনেধৰণৰ ঠাইবোৰত হিংসাত্মক ঘটনাৰ বৃদ্ধি পাইছে।

Recent News

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd