• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৰ্ভাৱস্থাত জিনছ পিন্ধা উচিত নে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2023 7:26 pm
999
VIEWS
Share on FacebookShare on Twitter

গৰ্ভৱস্থা হৈছে মহিলা সকলৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এইছোৱা সময়ত মহিলা সকলে নিজৰ বিশেষ যত্ন লোৱা উচিত।

গৰ্ভাৱস্থাত মহিলাসকলে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হোৱাৰ উপৰিও সঠিক আৰু আৰামদায়ক কাপোৰ পিন্ধাটো ক্ষেত্ৰটো মন দিয়াৰ দৰকাৰ। শৰীৰত ভ্ৰূণটো বিকশিত হোৱাৰ লগে লগে এগৰাকী মহিলাৰ শৰীৰৰ আকৃতি সলনি হয়। যাৰ বাবে এই সময়ছোৱাত যিমান পাৰি আৰামদায়ক কাপোৰ পিন্ধিব লাগে। 

কিন্তু এই সময়ত জিনছ একেবাৰে আৰামদায়ক নহয়। যদি আপুনি গৰ্ভাৱস্থাৰ সময়ছোৱাত জিনছ পিন্ধিবলৈ মন কৰে, তেন্তে এই কথাকেইটা মনত ৰাখিব – 

গৰ্ভাৱস্থাত যদি আপুনি জীনছ পিন্ধিব খুজিছে তেতিয়া গৰ্ভধাৰণৰ সময়ছোৱাত মেটাৰনিটি ৰেগুলাৰ ফিট জিনছ পিন্ধিব পাৰে। এই জীনছ অতি আৰামদায়ক। মেটাৰনিটি ৰেগুলাৰ ফিট জীনছৰ দেখাতো অতি আকৰ্ষণীয়।

যিসকল মহিলাৰ স্কিনি জীনছ প্ৰিয় তথা সকলো সময়তে এই জীনছ পিন্ধি ভাল পায়, তেওঁলোকেই গৰ্ভধাৰণৰ সময়ত চিন্তা কৰিবলগীয়া একো নাই। স্কিনি জীনছ কিনোতে আপুনি কেৱল মনত ৰাখিব লাগিব যে ভৰি আৰু পেটৰ ওপৰত যাতে হেঁচা নপৰে। গতিকে, ভালদৰে প্ৰসাৰিত হোৱা কাপোৰৰ জীনছহে পৰিধান কৰিব।

বজাৰত আজিকালি ঢিলা জিন্সৰ উপলব্ধ। যদি আপুনি গৰ্ভাৱস্থাৰ সময়ত এনে জিন্স পিন্ধিব বিচাৰে, তেন্তে আপোনাৰ বৰ্তমানৰ জোখ অনুসৰি এনে জীনছ পিন্ধিব পাৰে। ই আপোনাৰ গৰ্ভত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় আৰু আপোনাৰ আৰাম ব্যাহত নকৰে।

Recent News

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

দেশত উন্মোচিত হ’ল ৪০০০ বছৰ পুৰণি সভ্যতাৰ নিদৰ্শন! ক’ত, কেতিয়া, কেনেকৈ?

দেশত উন্মোচিত হ’ল ৪০০০ বছৰ পুৰণি সভ্যতাৰ নিদৰ্শন! ক’ত, কেতিয়া, কেনেকৈ?

ৰাষ্ট্ৰীয় নিৰাপত্তা, নিৰ্বাচন আৰু মণিপুৰক লৈ সংসদত প্ৰধানমন্ত্ৰীয়ে মৌনতা ভংগ কৰিবই লাগিব: গৌৰৱ গগৈ

ৰাষ্ট্ৰীয় নিৰাপত্তা, নিৰ্বাচন আৰু মণিপুৰক লৈ সংসদত প্ৰধানমন্ত্ৰীয়ে মৌনতা ভংগ কৰিবই লাগিব: গৌৰৱ গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd