• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিউজিলেণ্ডত দ্বিশতক; টীম ইণ্ডিয়াত স্থান নিশ্চিত হ’বনে এই গৰাকী তাৰকাৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2020 9:09 am
Shubman-Gill_d

শুভমন গীল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে টেষ্ট দলত স্থান পাইছিলেই এইগৰাকী ভৱিষ্যত তাৰকাই। মূল একাদশত খেলাৰ সুযোগ নাপালেও দুটা টেষ্ট ছিৰিজৰ ভাৰতীয় দলৰ সদস্য আছিল শুভমন গীল।

তাৰ পাছতো নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজত সুযোগ পাবনে তাক লৈ অনিশ্চয়তা আছিল। কিয়নো ৰোহিত শৰ্মা, মায়ংক আগৰৱাল, শিখৰ ধাৱানৰ সমান্তৰালকৈ বেটেৰে সাৱলীল প্ৰদৰ্শন আগবঢ়াইছে লোকেশ ৰাহুল আৰু পৃথ্বী শ্ব’ই।

গতিকেই সুযোগ পাবলৈ শুভমনে বিশেষ দৃষ্টি আকৰ্ষণকাৰী কিবা এটা কৰাৰ প্ৰয়োজন আছিল আৰু সেয়া নিউজিলেণ্ডত কৰি দেখুৱালে শুভমনে। নিউজিলেণ্ড এ দলৰ বিৰুদ্ধে এখন অনুশীলন মেচত দ্বিশতৰাণ কৰি সকলোকে চমকিত কৰি তোলে নৱাগত ক্ৰিকেটাৰগৰাকীয়ে।

অহা ২১ ফেব্ৰুৱাৰিৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্ট মেচল ছিৰিজ খেলিব ভাৰতে। সেই ছিৰিজৰ বাবে শীঘ্ৰেই দল নিৰ্বাচনৰ বাবে বহিব নিৰ্বাচকসকল।

ইয়াৰ পূৰ্বে শুভমন গীলে জনাই দিলে যে সুযোগ পালে তেওঁৱো টীম ইণ্ডিয়াৰ অশ্বমেধ চলাই নিয়াৰ বাবে সাজু।

নিউজিলেণ্ড এ দলৰ বিৰুদ্ধে খেলা অনুশীলন টেষ্টখনক দুটা ইনিংছতে গীলে ৰাণ কৰিবলৈ সক্ষম হয়। প্ৰথম ইনিংছত শুভমনে ৮৩ ৰাণ কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত ২০৪ৰাণৰ এটা আকৰ্ষণীয় ইনিংছ খেলে।

শুভমনে তেওঁৰ দ্বিশতকীয় ইনিংছটোত ২২টা চাৰি আৰু ৩টা ছয় কোবায়। তেওঁৰ লগতে খেলখনত ভাৰতৰ হৈ শতৰাণ কৰে দলটোৰ অধিননায়ক হিচাপে খেলা হনুমা বিহাৰী আৰু প্ৰিয়াংক পাঞ্চালেও।

শুভমনে ১৯ অনুৰ্ধ বিশ্বকাপত প্ৰদৰ্শন কৰা অনবদ্য খেলৰ সুবাদতে বাতৰিৰ শিৰোণামালৈ আহিছিল। তাৰ পাছত ঘৰুৱা ক্ৰিকেটতো নিয়মিত ভাল প্ৰদৰ্শন কৰি আহিছে খেলুৱৈগৰাকী।

এইবাৰ দেশৰ হৈ টেষ্ট খেলাৰ সপোন পূৰ হ’লে শুভমন গীল টীম ইণ্ডিয়াৰ ভৱিষ্যত তাৰকা হিচাপে উজলি উঠাৰ সম্ভৱনাও উজ্জ্বল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd