• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিউজিলেণ্ডত দ্বিশতক; টীম ইণ্ডিয়াত স্থান নিশ্চিত হ’বনে এই গৰাকী তাৰকাৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2020 9:09 am
Shubman-Gill_d

শুভমন গীল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে টেষ্ট দলত স্থান পাইছিলেই এইগৰাকী ভৱিষ্যত তাৰকাই। মূল একাদশত খেলাৰ সুযোগ নাপালেও দুটা টেষ্ট ছিৰিজৰ ভাৰতীয় দলৰ সদস্য আছিল শুভমন গীল।

তাৰ পাছতো নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজত সুযোগ পাবনে তাক লৈ অনিশ্চয়তা আছিল। কিয়নো ৰোহিত শৰ্মা, মায়ংক আগৰৱাল, শিখৰ ধাৱানৰ সমান্তৰালকৈ বেটেৰে সাৱলীল প্ৰদৰ্শন আগবঢ়াইছে লোকেশ ৰাহুল আৰু পৃথ্বী শ্ব’ই।

Apply Now

গতিকেই সুযোগ পাবলৈ শুভমনে বিশেষ দৃষ্টি আকৰ্ষণকাৰী কিবা এটা কৰাৰ প্ৰয়োজন আছিল আৰু সেয়া নিউজিলেণ্ডত কৰি দেখুৱালে শুভমনে। নিউজিলেণ্ড এ দলৰ বিৰুদ্ধে এখন অনুশীলন মেচত দ্বিশতৰাণ কৰি সকলোকে চমকিত কৰি তোলে নৱাগত ক্ৰিকেটাৰগৰাকীয়ে।

অহা ২১ ফেব্ৰুৱাৰিৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্ট মেচল ছিৰিজ খেলিব ভাৰতে। সেই ছিৰিজৰ বাবে শীঘ্ৰেই দল নিৰ্বাচনৰ বাবে বহিব নিৰ্বাচকসকল।

ইয়াৰ পূৰ্বে শুভমন গীলে জনাই দিলে যে সুযোগ পালে তেওঁৱো টীম ইণ্ডিয়াৰ অশ্বমেধ চলাই নিয়াৰ বাবে সাজু।

নিউজিলেণ্ড এ দলৰ বিৰুদ্ধে খেলা অনুশীলন টেষ্টখনক দুটা ইনিংছতে গীলে ৰাণ কৰিবলৈ সক্ষম হয়। প্ৰথম ইনিংছত শুভমনে ৮৩ ৰাণ কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত ২০৪ৰাণৰ এটা আকৰ্ষণীয় ইনিংছ খেলে।

শুভমনে তেওঁৰ দ্বিশতকীয় ইনিংছটোত ২২টা চাৰি আৰু ৩টা ছয় কোবায়। তেওঁৰ লগতে খেলখনত ভাৰতৰ হৈ শতৰাণ কৰে দলটোৰ অধিননায়ক হিচাপে খেলা হনুমা বিহাৰী আৰু প্ৰিয়াংক পাঞ্চালেও।

শুভমনে ১৯ অনুৰ্ধ বিশ্বকাপত প্ৰদৰ্শন কৰা অনবদ্য খেলৰ সুবাদতে বাতৰিৰ শিৰোণামালৈ আহিছিল। তাৰ পাছত ঘৰুৱা ক্ৰিকেটতো নিয়মিত ভাল প্ৰদৰ্শন কৰি আহিছে খেলুৱৈগৰাকী।

এইবাৰ দেশৰ হৈ টেষ্ট খেলাৰ সপোন পূৰ হ’লে শুভমন গীল টীম ইণ্ডিয়াৰ ভৱিষ্যত তাৰকা হিচাপে উজলি উঠাৰ সম্ভৱনাও উজ্জ্বল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm
বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd