• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত ‘মিট দ্যা ডিচি’ কাৰ্যসূচী; কণ কণ ছাত্ৰ-ছাত্ৰীৰ সৈতে উপায়ুক্তৰ মত বিনিময়

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
November 5, 2019 6:56 am
FB_IMG_1572875812895

কণ কণ ছাত্ৰ-ছাত্ৰীৰ সৈতে উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়া। ফটো: নৰ্থইষ্ট নাও

506
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা প্ৰশাসনৰ আন এক প্ৰশংসনীয় কাৰ্যসূচীৰ সোমবাৰে শুভাৰম্ভ কৰা হয়।

জিলাখনৰ কণ কণ  ছাত্ৰ-ছাত্ৰী সকলক প্ৰশাসন যন্ত্ৰৰ কাম কাজ চোৱাৰ আৰু জিলা উপায়ুক্তক নিচেই কাষৰ পৰা লগ পোৱাৰ লগতে তেওঁৰ লগত ছাত্ৰ-ছাত্ৰী সকলে মত বিনিময় কৰিব পৰাকৈ ‘মিট দ্যা ডিচি’ শীৰ্ষক এক বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

প্ৰতি সোমবাৰে বিয়লি ৪ বজাত এঘন্টাৰ বাবে একোখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে জিলা উপায়ুক্তক সাক্ষাৎ কৰাৰ সুবিধা পাব।

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত সোমবাৰে অনুষ্ঠিত এই কাৰ্যসূচীত স্থানীয় লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

উপায়ুক্ত গৰাকীয়ে তেওঁলোকৰ লগত বিভিন্ন-বিষয়ৰ ওপৰত মত-বিনিময় কৰে।

উপায়ুক্তই ছাত্র-ছাত্ৰী সকলক নিষ্ঠাৰে অধ্যয়নত আত্মনিয়োগ কৰি নিজৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ ভেটি নিৰ্মাণৰ বাবে উৎসাহ যোগায়।

দেশৰ একোগৰাকী সুনাগৰিক হ’বলৈ তেওঁলোকক প্ৰয়োজনীয় গুণসমূহ আয়ত্ব কৰিবলৈ এতিয়াৰে পৰা সচেষ্ট হ’বলৈ উপায়ুক্ত গৰাকীয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

তেওঁ উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলক ছাত্ৰ-ছাত্ৰী সকলক সদায় সৎ পথত চলাৰ বাবে পথ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়।

তেওঁলোকৰ মাজত লুকাই থকা প্ৰতিভা আৰু সম্ভাৱনাক বিকশিত হ’ব পৰাকৈ এক সুস্থ বাতাবৰণ প্রদান কৰিবলৈ সকলোৱে মনোনিবেশ কৰিব লাগিব বুলিও তেওঁ মতপোষণ কৰে।

উপায়ুক্তই অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী সকলক পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতন কৰাৰ লক্ষ্যৰে একোটাকৈ গছ-পুলি উপহাৰ স্বৰূপে প্ৰদান কৰি এই সমূহক আদৰ-সাদৰ কৰি প্রতিপালন কৰিবলৈ আহ্বান জনায়।

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd