• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ যুৱক অভিজিতৰ আন এক উদ্ভাৱন; সাজি উলিয়ালে ৰিচাৰ্জেবল এল ই ডি বাল্ব

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
April 26, 2020 6:44 am
20200426_015732

অভিজিতে উদ্ভাৱন কৰা এল ই ডি বাল্ব জোনবাই।ফটো: নর্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেওফালে এতিয়া লকডাউন। গৃহবন্দী দেশৰ জনতা। এই লকডাউনতে বহুজনে ঘৰতে থাকি বিভিন্ন ধৰণে ব্যস্ত ৰাখিছে নিজকে।

লকডাউনৰ এই সময়তে অসমৰ বজাৰলৈ আহিছে জোনবাই। এইবাৰ জোনবাইয়ে কেৱল পৃথিৱীকে নহয়, উজ্বলাই তুলিব আপোনাৰ মোৰ ঘৰো। কিন্তু কি এই ‘জোনবাই’।

শিৱসাগৰৰ মেটেকাঘাটৰ এইজন যুৱক। নাম অভিজিৎ দুৱৰা। নিজৰ প্ৰতিভাৰ জডিয়তে অভিজিতে সময় আৰু পৰিস্থিতি সাপেক্ষে সাজি উলিয়াইছে বহু যন্ত্ৰ।

এইবাৰ অভিজিতে সাজি উলিয়াইছে ৰিচাৰ্জেবল এল ই ডি বাল্ব। এবাৰ চাৰ্জ দিলে সম্পূৰ্ণ তিনিঘণ্টা জ্বলিব এই ৰিচাৰ্জেবল এল ই ডি বাল্বটো।

অভিজিতে এই এল ই ডি বাল্বটো ‘জোনবাই’ নামেৰে নামাঙ্কিত কৰিছে।

ইনভাৰ্টাৰ কিনিব নোৱাৰা বহু দুখীয়া পৰিয়াল এই ৰিচাৰ্জেবল এল ই ডি বাল্বটোৰ জড়িয়তে উপকৃত হব বুলি জানিবলৈ দিয়ে অভিজিতে।

IMG-20200425-WA0009
‘জোনবাইৰ’ৰ উদ্ভাৱক অভিজিত দুৱৰা।ফটো: নৰ্থইষ্ট নাও

৪৯৫ টকাৰ পৰা ৬৯৫ টকাৰ মূল্যৰ এই ৰিচাৰ্জেবল এল ই ডি বাল্বে সৰ্বসাধাৰণ ৰাইজৰ মাজত সমাদৰ লাভ কৰিব বুলি আশাবাদী অভিজিত।

উল্লেখ্য যে দৈনিক ন’ ন’ যন্ত্ৰ উদ্ভাৱন কৰা অভিজিতে কিছুদিন পূৰ্বে কৰ’না ভাইৰাছৰ সৈতে যুঁজিবলৈ ভি ফাইটাৰ নামৰ তিনিবিধ যন্ত্ৰ উদ্ভাৱন কৰি বিশেষ চৰ্চালৈ আহিছিল।

আনহাতে, আজিৰ পৰা প্ৰায় ৫ বছৰ মানৰ আগতেই অভিজিতে সাজি উলিয়াইছিল ৰাজহুৱা স্থানত ব্যৱহাৰ কৰিব পৰা “পৰিষ্কাৰ টইলেট”। হাতৰ পৰিৱৰ্তে ভৰিৰে ফ্লাচ বা পানীৰ টেপ ব্যৱহাৰ কৰিব পৰা এই ‘পৰিষ্কাৰ টইলেট’ বৰ্তমান কৰ’না আতংকৰ সময়ত ব্যৱহাৰৰ উপযোগী বুলি জানিবলৈ দিয়ে অভিজিতে।

অভিজিতৰ ন ন উদ্ভাৱনক লৈ সমগ্ৰ শিৱসাগৰবাসীয়ে প্ৰশংসা কৰাৰ লগতে যুৱকজনৰ উজ্বল ভৱিষ্যত কামনা কৰিছে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

August 20, 2025 10:19 am
বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 9:03 am
ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

August 20, 2025 8:07 am
ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

অজিৎ বৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মাৰক বক্তৃতাৰ আয়োজন

August 20, 2025 10:19 am
বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

বন্ধ হ’ব অনলাইন বেটিং : আৰ্থিক জালিয়াতি বন্ধ কৰিবলৈ নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd