• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুশান্তৰ ঘৰ এৰি যোৱাৰ দিনাই ৰিয়াই ধ্বংস কৰিছিল ৮টা হাৰ্ড ড্ৰাইভ; ঘনীভূত হৈ পৰিছে ৰহস্য

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2020 3:46 pm
Sushant-Rhea-2020-1
556
VIEWS
Share on FacebookShare on Twitter

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কৰি থকা চিবিআইৰ জেৰাত মুখ খুলিছে সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিঠানিয়ে।

চিবিআইৰ মাৰাথান জেৰাৰ সন্মুখীন হৈছে সিদ্ধাৰ্থ পিঠানিৰ লগতে ১৪জুনৰ সেই অভিশপ্ত দিনটোৰ দিনৰ ভাগত সুশান্তৰ বান্দ্ৰাৰ ফ্লেটটোত উপস্থিত থকা তেওঁৰ কৰ্মচাৰীসকল।

সুশান্তৰ মৃত্যুৰ ছয়দিন আগতে যোৱা ৮জুনত সুশান্তৰ ঘৰৰ পৰা ওলাই যোৱা ৰিয়াই ৮টা কম্পিউটাৰৰ হাৰ্ড ড্ৰাইভ নষ্ট কৰি পেলাইছিল।

চিবিআইৰ জেৰাত এই কথা প্ৰকাশ কৰিছে সিদ্ধাৰ্থ পিঠানিয়ে।

বাতৰি অনুসৰি, সুশান্ত আৰু ৰিয়াৰ মাজত সিদিনা কাজিয়া হৈছিল আৰু ৰিয়াই ঘৰ এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। লকডাউন আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা ৰিয়াই সুশান্তৰ ফ্লেটত থাকিবলৈ লৈছিল।

সিদ্ধাৰ্থই জানিবলৈ দিয়া যে সেই হাৰ্ড ড্ৰাইভকেইটাত কি আছিল তেওঁ নাজানে যদিও এগৰাকী আই টিৰ লোকে ঘৰলৈ আহি সেইদিনা দুয়োগৰাকীৰে উপস্থিতিত হাৰ্ড ড্ৰাইভকেইটা ক্লিন কৰি থৈ যায়।

সিদ্ধাৰ্থই ঘটনাৰ সাক্ষী হিচাপে ঘৰুৱা সহায়কাৰী দীপেশ সাৱান্ট আৰু ৰান্ধনি নীৰজৰ নাম প্ৰকাশ কৰিছে।

সুশান্ত সিং ৰাজপুতৰ পিতৃৰ অধিবক্তা বিকাশ সিঙে কয় যে ইয়াৰ বিতৰত বহু ডাঙৰ চক্ৰান্ত লুকাই আছে বুলি তেওঁ ভাৱে। ঘটনাটোৰ সৈতে হয়তো আৰু বহু ডাঙৰ লোকৰ নাম সংম্পৃক্ত হৈ আছে।

Recent News

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

চিন্তাত পৰিছে পাকিস্তান! ব্ৰহ্মোছতকৈয়ো দ্ৰুত আৰু অধিক বিপজ্জনক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব ভাৰতে

চিন্তাত পৰিছে পাকিস্তান! ব্ৰহ্মোছতকৈয়ো দ্ৰুত আৰু অধিক বিপজ্জনক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব ভাৰতে

গুৱাহাটীৰ তৰুণ নগৰত ৰহস্যজনক ভাবে উদ্ধাৰ উত্তৰ প্ৰদেশৰ মহিলাৰ মৃতদেহ

গুৱাহাটীৰ তৰুণ নগৰত ৰহস্যজনক ভাবে উদ্ধাৰ উত্তৰ প্ৰদেশৰ মহিলাৰ মৃতদেহ

ৰীল বনাবলৈ গৈ যমুনাত ডুবি ৬ গৰাকী কিশোৰীৰ সলিল সমাধি!

ৰীল বনাবলৈ গৈ যমুনাত ডুবি ৬ গৰাকী কিশোৰীৰ সলিল সমাধি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd