• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফেডাৰেশ্যন কাপ চেম্পিয়নশ্বিপৰ বাবে সাজু ছিকিমৰ ২০জনীয়া শক্তি উত্তোলনৰ দল

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
March 22, 2019 11:16 am
strength-lifting-team-sikkim-750x375

ফটো : নৰ্থ-ইষ্ট নাও

177
VIEWS
Share on FacebookShare on Twitter

অহা ২৮-৩১ মাৰ্চলৈ পাঞ্জাৱৰ ফাগৱাৰাস্থিত লাভলি প্ৰফেশ্যনেল য়ুনিভাৰ্চিটিত অনুষ্ঠিত হ’ব লগীয়া ফেডাৰেশ্যন কাপ নেশ্যনেল ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপত অংশ ল’বলৈ সাজু হৈছে ছিকিমৰ ২০ জনীয়া দল।

১৬ জন পুৰুষ আৰু ৪ গৰাকী মহিলাৰে সমৃদ্ধ ছিকিমৰ দলটোৱে প্ৰতিযোগিতাখনৰ ছাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ আৰু মাষ্টাৰ শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দলটোৰ সৈতে প্ৰশিক্ষক হিচাবে আন্তঃৰাষ্ট্ৰীয় ষ্ট্ৰেংথ লিফ্টাৰ পেমা দৰ্জি ভুটীয়া আৰু টিম মেনেজাৰ হিচাপে যাব এডি ছেৰিং ভুটীয়া।

জানিব পৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ছিকিমৰ ৰাজ্যিক দলটো অহা ২৫ মাৰ্চত পাঞ্জাৱলৈ ৰাওনা হ’ব। সেই উদ্দেশ্যে বৃহস্পতিবাৰে আবেলি গেংটকস্থিত হোৱাইট হল কমপ্লেক্সত খেলুৱৈসকলক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে ছিকিম ষ্ট্ৰেংথ লিফ্টিং এছ’চিয়েশ্যনে এক অনুষ্ঠানৰ আয়োজন কৰে।

শুভেচ্ছা মূলক অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে খেলুৱৈসকলক শুভেচ্ছা জনোৱাৰ লগতে প্ৰতিযোগিতাখনত পদক অৰ্জন কৰি ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।

ইফালে ছিকিম দলটোৰ মুখ্য প্ৰশিক্ষক পেমা দৰ্জি ভুটীয়াই এছ’চিয়েশ্যনক ধন্যবাদ জনায় কয়, ‘প্ৰতিযোগিতাখনত উজ্জ্বীৱিত প্ৰদৰ্শন আগবঢ়াই ৰাজ্যলৈ গৌৰৱ তথা পদক সহিতে ঘূৰি আহিব পাৰিম বুলি আমি বিশ্বাসী’।

Recent News

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd