• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিকিমৰ বিধানসভাৰ উপনিৰ্বাচনত বিজয়ী ছিকিমৰ মুখ্য মন্ত্ৰী প্ৰেম সিং তামাং

এন ই নাও নিউজ by এন ই নাও নিউজ
October 25, 2019 5:18 pm
P Sing Tamang

ছিকিমৰ মুখ্য মন্ত্ৰী তামাং

489
VIEWS
Share on FacebookShare on Twitter

ছিকিমৰ পোছলোক কামৰাং বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপনিৰ্বাচনত বৃহস্পতিবাৰে বিজয়ী হয় ছিকিমৰ মুখ্য মন্ত্ৰী প্ৰেম সিং তামাং।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ভোট গণনাত ছিকিমৰ মুখ্য মন্ত্ৰী তথা ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰতিষ্ঠাপক তামাঙে তেওঁৰ নিকট প্ৰতিদ্বনী ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ প্ৰাৰ্থী মোছেছ ৰায়ক ৮,৯৫৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয়।

মুখ্য মন্ত্ৰী তামাঙে মুঠ ১০,৮১১ টা ভোট লাভ কৰাৰ বিপৰীতে মোছেছ ৰায়ে লাভ কৰে ১,৮৫৮ টা ভোট।

তামাঙে মুঠ ভোটৰ ৮৪ শতাংশ ভোট লাভ কৰি উপনিৰ্বাচনত একপক্ষীয় বিজয় সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, প্ৰেম সিং তামাঙে মে’ মাহত অনুষ্ঠিত হোৱা ছিকিম বিধানসভা নিৰ্বাচনত ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ চমকপ্ৰদ উত্থানৰ পাছত ছিকিম বিধানসভাৰ সদস্য নোহোৱাকৈ ছিকিমৰ মুখ্য মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল।

আনহাতে, ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিয়ে ৰাজ্যখনৰ গেংটক আৰু মাৰ্তাম ৰুমতেক বিধানসভা সমষ্টিত বিজয়ী হয়।

মাৰ্তাম ৰুমতেকত বিজেপি প্ৰাৰ্থী টি এছ এইচ ভেনচুংপা আৰু গেংটকত চেৰিং লেপচাই বিজয়ীহৈ ৰাজ্যখনত বিজেপিৰ খোপনি আৰম্ভ কৰে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd