• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’ণাকালতো অপ্ৰতিৰোধ্য ৰিলায়েন্স! : ছিলভাৰ লেকে ৰিলায়েন্সত বিনিয়োগ কৰিব ৭৫০০ কোটি টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2020 9:09 am
ril_rights_issue_660_081219081044_280420032325_200520092322
697
VIEWS
Share on FacebookShare on Twitter

ৰিলায়েন্স জিঅ’ৰ ৰিটেইলত বিনিয়োগ কৰিব বিশ্বৰ বৃহত্তম তথ্য প্ৰযুক্তিৰ বিনিয়োগৰাকী সংস্থা ছিলভাৰ লেক পাৰ্টনাছ-এ।

সংস্থাটোৱে ৰিলায়েন্স জিঅ’ ৰিটেইলত ৭,৫০০ কোটি টকাৰ বিনিয়োগৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বিশ্বৰ বৃহত্তম তথ্য প্ৰযুক্তিৰ বিনিয়োগকাৰী সংস্থাটোৱে ১০,২০৩ কোটি টকাৰে ৰিলায়েন্স জিঅ’ৰ ২% শ্বেয়াৰ ক্ৰয় কৰিছিল।

এইবাৰ ছিলভাৰ লেকে ৭,৫০০ কোটি টকাৰে পুনৰ ১.৭৫% শ্বেয়াৰ ক্ৰয় কৰিব।

ৰিলায়েন্সত বিনিয়োগ কৰাৰ পূৰ্বে এই সংস্থাটোৱে টুইটাৰ, ডেল, এয়াৰ বিএমবি আদিৰ দৰে বিশ্বৰ বিভিন্ন ডিজিটেল আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰৰ প্ৰতিষ্ঠানবোৰতো বিনিয়োগ কৰি আহিছে।

ছিলভাৰ লেকে ৰিলায়েন্স জিঅ’ত দ্বিতীয় পৰ্যায়ৰ বিনোয়গৰ সিদ্ধান্ত লোৱাৰ পিছত ৰিলায়েন্সৰ কৰ্ণধাৰ মুকেশ আম্বানীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।

“ভাৰতীয় ৰিটেইল ছেক্টৰৰ দেশৰ সকলো জনসাধাৰণক সুবিধা প্ৰদানৰ লগতে দেশৰ সৰু সৰু ব্যৱসায়ীক ৰিলায়েন্সৰ সৈতে জড়িত কৰোৱাৰ প্ৰচেষ্টাক ছিলভাৰ লেক পাৰ্টনাৰে আৰু অধিক তৰান্বিত কৰিব।” মুকেশ আম্বানীয়ে কয়।

ছিলভাৰ লেকে এই বিনিয়োগৰ দ্বাৰা দেশত ডিজিটেল প্লেটফৰ্ম তৈয়াৰত ৰিলায়েন্সৰ সৈতে একেলগে কাম কৰিব বুলিও আম্বানীয়ে আশা প্ৰকাশ কৰে।

আম্বানীয়ে ডিজিটেল ৰিটেইল ক্ষেত্ৰখনৰ প্ৰভূত উন্নতিত ছিলভাৰ লেকে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰিছে।

স্মৰ্তব্য যে ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰিজ লিমিটেডৰ বাৰ্ষিক টাৰ্ন অ’ভাৰ হৈছে ৬ লাখ ৫৯ হাজাৰ ২০৫ কোটি টকা।

বিগত বৰ্ষত প্ৰতিষ্ঠানটোৰ লাভৰ পৰিমাণ আছিল ৩৯ হাজাৰ ৮৮০ কোটি টকা।

ক’ৰ’ণা কালত প্ৰতিষ্ঠানটোত গুগল, ফেইচবুকৰ পিছত ছিলভাৰ লেকৰ বিনিয়োগৰ ফলত ইয়াৰ লাভৰ পৰিমাণ বিগত বৰ্ষতকৈ অধিক বৃদ্ধি হ’ব বুলি ধাৰণা কৰা হৈছে।

Recent News

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd