• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৱাটি কৰি তোলক শুভ দিনৰ আধাৰ: কৰক এইকেইটা কাম….

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2023 7:01 am
do and don't in morning
230
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ব্যক্তিয়ে স্বাভাৱিকতেই নানা চিন্তা, সমস্যাৰ মাজেৰেই নিজৰ জীৱন অতিবাহিত কৰে। এনে চিন্তা-ভাৱনাক একাষৰীয়া কৰি জীৱনৰ মাদকতা উপভোগ কৰিবলৈ মানুহে সাধাৰণতে প্ৰতিটো পলেই কচৰত কৰে। তাৰ মাজতে কামৰ বোজায়ো ব্যক্তিক ভাগৰুৱা কৰি তোলে।

কিন্তু এনে চিন্তা-ভাৱনা তথা অৱসাদৰ পৰা দিনটো আঁতৰি থাকিব পৰাকৈ নিজকে শক্তিশালী কৰিব পৰা কিটিপ মানুহৰ নিজৰ হাততে থাকে। প্ৰতিটো পুৱাতে মানুহে নিজৰ ওপৰত প্ৰয়োগ কৰিব পাৰে নিজকে সুখী কৰি ৰাখিব পৰা এই কৌশল। চাওঁ আহক এনে কিছু সহজ কৌশল:

পুৱা সোনকালে উঠক: মানুহে নিজকে সুস্থ-সবল কৰি গঢ়ি তুলিবলৈ নিশা সোনকালে শুই, পুৱা সোনকালে উঠাৰ অভ্যাস গঢ়ি তুলিব লাগে। পুৱা সোনকালে বিচনা এৰাৰ লগে লগে দিনটোৰ পৰিকল্পনা সাজু কৰি ল’ব পাৰে আৰু সেই অনুসাৰে কাৰ্য সম্পাদন কৰিব পাৰে।

কেতিয়াও বন্ধ নকৰিব এলাৰ্ম: আমাৰ প্ৰায় সকলোৰে পুৱা এলাৰ্ম বন্ধ কৰি পুনৰ শুই যোৱাৰ এক কু-অভ্যাস আছে। এলাৰ্ম বন্ধ কৰাৰ পিছত স্বাভাৱিকতেই গভীৰ টোপনি যোৱাৰ প্ৰৱণতা থাকে। ফলত দিনটোৰ পৰিকল্পনাতো বিস্তৰ প্ৰভেদ আহি পৰে আৰু পৰিকল্পনা অনুসৰি কাম নোহোৱাৰ পৰিণতিত মনত অসন্তুষ্টিৰ ভাৱ বৃদ্ধি পায়।

সাৰ পোৱাৰ লগে লগে মোবাইল ফোন পৰীক্ষা নকৰিব: পুৱা সাৰ পোৱাৰ লগে লগে পৰাপক্ষত আপোনাৰ ফোনটোৰ পৰা আঁতৰি থাকক। ৰাতিপুৱা ফোনৰ ব্যৱহাৰ সময়ৰ অপচয়েই নহয়, ই আপোনাৰ উৎপাদনশীলতাও হ্ৰাস কৰে।

মুখ ভালদৰে পৰিষ্কাৰ কৰক: বিচনা এৰাৰ পাছতে আপুনি নিজৰ দাঁত-মুখ-জিভা ভালদৰে পৰিষ্কাৰ কৰক। পুৱা মুখ ভালদৰে পৰিষ্কাৰ নকৰিলে দিনটোলৈ নিজকে সতেজ যেন অনুভৱ নহয়; লগতে মুখৰ পৰা দুৰ্গন্ধ ওলোৱাৰ সম্ভাৱনাও যথেষ্ট থাকে। ফলত আপুনি অৱহেলা বা অপমানৰো সন্মুখীন হ’ব পাৰে।

ব্যায়াম: ৰাতিপুৱাই শাৰিৰীক ব্যায়াম কৰিলে এলাহৰ পৰা মুক্তি পোৱাত সহায়ক হয় আৰু দিনটোৰ এক সতেজ আৰম্ভণি হয়।

স্বাস্থ্যকৰ ব্ৰেকফাষ্ট কৰক: দিনটোৰ বাবে প্ৰয়োজন হোৱা পুষ্টি যোগানৰ বাবে পুৱা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট নিতান্তই প্ৰয়োজনীয়। পুৱা অনিয়মীয়া আৰু অপুষ্টিকৰ ব্ৰেকফাষ্টে আপোনাৰ শৰীৰক ৰুগীয়া কৰি তোলাৰ সম্ভাৱনাই অধিক।

ৰাতিপুৱা যৌন সম্পৰ্ক স্থাপন কৰক: পুৱা যৌন সম্পৰ্ক স্থাপন কৰিলে আচলতে মানুহে নিজকে সতেজ আৰু সুস্থ অনুভৱ কৰিব পাৰে। লগতে পুৱাৰ সম্ভোগে আপোনাক দিনটোৰ বাবে মানসিকভাৱে সুখী কৰি তুলিব পাৰে।

Recent News

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd