গোন্ধ নোপোৱা হৈছে? ক’ৰ’ণাতংকৰ সময়ত ঘ্ৰাণ শক্তি বৃদ্ধি কৰক এই কেইটা উপায়েৰে

woman-smelling-a-rose

ক’ৰ’ণা ভাইৰাছত  আক্ৰান্ত হোৱাৰ অন্যান্য লক্ষণ সমূহৰ ভিতৰত ঘ্ৰাণ শক্তি লোপ পোৱাটোও এটা।

কেৱল ক’ৰ’ণাই নহয়, আন কেতবোৰ ৰোগত আক্ৰান্ত হ’লেও মানুহৰ ঘ্ৰাণ শক্তি হ্ৰাস পাব পাৰে।

বিশেষকৈ চৰ্দি লাগিলেও আমি যি কোনো বস্তুৰেই গোন্ধ নোপোৱা হৈ পৰো ।

যি কি নহওঁক, এতিয়া যিহেতু ক’ৰ’ণা ভাইৰাছে কালান্তক ৰূপ ধাৰণ কৰাৰ সময় সেয়ে কোনো বস্তুৰ গোন্ধ নোপোৱা যেন হ’লেই আমাৰ মনলৈ পোনচাটেই আহে ক’ৰ’ণাৰ ভয়।

আমি কেইটামান উপায় অৱলম্বন কৰিয়েই আমাৰ ঘ্ৰাণ শক্তি বঢ়াব পাৰো।চাওঁ আহকচোন উপায় কেইটা কি—