• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিৰেণ ৰিজিজুৰ মন্তব্য সঁচা নে মিছা? কিয় স্পষ্টীকৰণ দিবলৈ সাহস নহ’ল অমিত শ্বাহৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 30, 2024 9:07 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক উভতি ধৰিছে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে গোৱালপাৰা জিলাৰ দুধনৈত এক সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, “কংগ্ৰেছে ৬০ বছৰত কৰিব নোৱৰা কামবোৰ বিজেপিয়ে ৬০ মাহত কৰি দিব বুলি বিজেপিয়ে কৈ আহিছিল। গতিকে যোৱা সময়ছোৱাত বিজেপিয়ে অসমৰ কোনখিনি কাম কৰিলে তাৰ এক খতিয়ান দিব বুলি আমি বিৰোধী দল হিচাপে আশা কৰি আছিলো। কিন্তু আজিৰ সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে সেইবোৰ একোৱেই উল্লেখ নকৰিলে।’’

Apply Now

সভাপতি বৰাই আৰু কয় যে কিৰেন ৰিজিজুৱে চাকমা-হাজং শৰণাৰ্থী সন্দৰ্ভত কৰা মন্তব্যক লৈ অসমৰ জনসাধাৰণ চিন্তিত হৈ আছে যদিও গৃহমন্ত্ৰীগৰাকীয়ে এই বিষয়েও একো নক’লে। ‘কেন্দ্রীয় মন্ত্রী ৰিজিজুৱে কৈছিল যে অৰুণাচল প্রদেশত থকা ৫ লাখ চাকমা-হাজং শৰণাৰ্থীক অসমত সংস্থাপন কৰিবৰ বাবে অমিত শ্বাহ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীক নির্দেশ দিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে সেইকথাটো মানি লৈছে। আজি গৃহমন্ত্রী ডাঙৰীয়াই কিৰেন ৰিজিজু সঁচা নে মিছা সেই লৈ স্পষ্টীকৰণ দিবলৈ সাহস নকৰিলে। অর্থাৎ তেখেতৰ সতীর্থ কেন্দ্ৰীয় মন্ত্রী কিৰেন ৰিজিজুৱে যে অসমক ৫ লাখ শৰণাৰ্থী জাঁপি দিবলৈ ষড়যন্ত্ৰ কৰিছে সেইটো যে সত্য কথা সেয়া গৃহমন্ত্রী ডাঙৰীয়াই দুদিনীয়া অসম ভ্রমণত এই লৈ একো মন্তব্য নকৰাটোৱে প্রতীয়মান কৰি তুলিছে।

লগতে বৰাই কয়, “অসমলৈ আগতে আহোতে প্রত্যকবাৰেই গৃহমন্ত্ৰীয়ে কৈ গৈছিল যে অসম নিয়োগ সৃষ্টিকাৰী এক নম্বৰ ৰাজ্য হ’ব, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰাহ’ব, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব আৰু বিদেশী চিনাক্ত কৰি বিদেশী বহিষ্কাৰ কৰা হ’ব।” কিন্তু আজিৰ সংবাদমেলত সেইবোৰ কথা পাহৰি পুৰণি ভিডিঅ’ বজাই বজাইহে সময় অতিবাহিত কৰিলে বুলিও সভাপতি ভূপেন বৰাই কটাক্ষ কৰে।

যিটো সময়ত উজনি অসমৰ ৫খন জিলাত আফস্পা বলবৎ হৈ আছে তেনে ক্ষেত্রত অসমলৈ স্থায়ী শান্তি ঘূৰি আহিছে বুলি অমিত শ্বাহ আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কেনেকৈ দাবী কৰিব পাৰিলে বুলিও তেওঁ প্রশ্ন কৰে।

গণতান্ত্রিকভাৱে নির্বাচিত মধ্যপ্রদেশ, গোৱা, মহাৰাষ্ট্ৰৰ চৰকাৰ ভাঙি দিয়া বিজেপি আৰু গৃহমন্ত্রী অমিত শ্বাহে গণতন্ত্রক প্রসংগক লৈ কংগ্রেছক সমালোচনা কৰাৰ অধিকাৰ নাই বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

৪০০ পাৰ আৰু উজনি অসমত ৫-০ বুলি কৈ অহাক লৈয়ো সভাপতি বৰাই অমিত শ্বাহ আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক উভতি ধৰে। তেওঁ কয়, “যদি উজনি অসমত বিজেপিৰ মতে ৫-০ স্ক’ৰ হৈছেই তেন্তে গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ জিকিলে মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা কৰিবলৈকো মই মুখ্যমন্ত্রীক প্রত্যাহ্বান জনাইছিলো। কিন্তু নোৱাৰিলে। যদি বিজেপি ৪০০ পাৰ হয়েই আৰু উজনিত ৫-০ হয়েই তেন্তে কিয় মুখ্যমন্ত্রীয়ে ক’ব তেনেকৈ ক’বলৈ সাহস কৰা নাই?”

৪০০ আসনক লৈ বিজেপি যদি ইমানেই আত্মবিশ্বাসী তেন্তে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৪০০ আসন লাভ কৰাৰ পিছত গ্ৰেপ্তাৰ নকৰি নিৰ্বাচনৰ আগতে কিয় গ্ৰেপ্তাৰ কৰিবলগীয়া হ’ল বুলিও প্রশ্ন কৰে বৰাই।

বৰাক উপত্যকাত বিজেপি বিধায়কে বিজেপিক ভোট নিদিলে মানুহৰ ঘৰ ভাঙি দিব বুলি ভাবুকি দিয়া আৰু মৰিগাঁৱত বিধায়কে বিজেপিক ভোট নিদিলে কাণ কাটি দিব বুলি ধমকি দিয়া কথাটো অমিত শ্বাহৰ কাণত পৰিছে নে নাই বুলিও প্রশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই।

অমিত শ্বাহে আজি বা কালি কি কৈছে সেয়া অসমৰ মানুহৰ বাবে গুৰুত্বপূৰ্ণ নহয় বুলিও কয় বৰাই। কিন্তু ২০১৪ৰ নিৰ্বাচনৰ সময়ত, ২০১৯ৰ সময়ত, ২০১৬ আৰু ২০২১ৰ বিধানসভা নিৰ্বাচনৰ সময়ত অমিত শ্বাহে অসমলৈ আহি বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিব বুলি কৰা ঘোষণাৰ আজিৰ তাৰিখত কি হ’ল সেয়াহে অসমৰ মানুহৰ বাবে গুৰুত্বপূৰ্ণ বুলিও মন্তব্য কৰে বৰাই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd