• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেডেল মাৰি, টেক্সী গাড়ী লৈ ১০০ কলা-কুশলীৰে সদল-বলে কংগ্ৰেছী হ’ল বাবু-নেকিব-অজয়

টিকট ঘোষণাৰ পূৰ্বে নিজৰ নিজৰ সমষ্টি ঠিক কৰি ল’লে বাবু, নেকিব অজয়ে!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 25, 2020 8:16 pm
456
VIEWS
Share on FacebookShare on Twitter

কন্ঠশিল্পী বাবু বৰুৱাই পেডেল মাৰি, নেকিবে টেক্সি গাড়ী লৈ অজয় ফুকনসহ ১০০ কলা-কুশলীয়ে কংগ্ৰেছত আজি যোগদান কৰে।

দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু অন্য জ্যেষ্ঠ নেতাৰ উপস্থিতিত তিনিও গৰাকী কন্ঠশিল্পীয়ে কংগ্ৰেছী পোছাক পিন্ধে।

কংগ্ৰেছত যোগদান কৰি কন্ঠশিল্পী নেকিব হুছেইনে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় ‘আমাৰ হাতত ৰাষ্ট্ৰীয় দল বুলি ক’লে কংগ্ৰেছেই আছে। তেওঁলোকৰ লগতেই কা ক লৈ যি সমস্যা বা সাধাৰণ ৰাইজৰ যি সমস্যা সেইখিনিৰ সমাধান কৰিব লাগিব। বিজেপি চৰকাৰ জনসাধাৰণৰ সমস্যা সমাধানত গুৰুত্ব দিয়া নাই। আমি বান্ধি দিয়া এজেণ্ডাসমূহ তেওঁলোকে মানি লৈছে গতিকে আমি কংগ্ৰেছত যোগদান কৰিলো।‘

আনহাতে, কংগ্ৰেছত যোগদান কৰি আগত কয় ‘বিজেপিত যোৱা শিল্পীসকল কেৱল নিজৰ সুবিধাৰ বাবে গৈছে। আমি নিজৰ সুবিধাৰ কথা ভাবিলোহেঁতেন কংগ্ৰেছ দলৰ পৰিৱৰ্তে বিজেপিত যোগদান কৰিলোহেঁতেন। কা বিৰোধী শক্তি হিচাপে ১০০ জনীয়া শিল্পী-কলা কুশলীৰ এটা শক্তি কংগ্ৰেছৰ সৈতে চামিল হৈছো।‘

‘বিজেপিত যোৱা শিল্পীসকল কা বিৰোধী আন্দোলনলৈ ৰাইজৰ ৰোষত পৰাৰ ভয়তহে যোগদান কৰিছিল। তেওঁলোকে মনৰ পৰা যোগদান কৰা নাছিল। তেওঁলোকে মুখখন দেখুৱাবলৈ আন্দোলনলৈ আহিছিল কিন্তু প্ৰকৃততে অন্তৰৰ পৰা অহা নাছিল।‘ বিজেপিলৈ গমন কৰা কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা শিল্পীসকলক কটাক্ষ কৰি ফুকনে এইদৰে কয়।

ইপিনে,  অজয় ফুকনৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিল যে কংগ্ৰেছে টিকট ঘোষণাৰ পূৰ্বে নিজৰ নিজৰ সমষ্টি ঠিক কৰি ল’লে বাবু, নেকিব আৰু অজয়ে।

অজয় ফুকনে জনোৱা অনুসৰি এইবাৰ কংগ্ৰেছৰ হৈ পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা বাবু বৰুৱাই, চাবুৱা সমষ্টিৰ পৰা অজয় ফুকন আৰু হাজো সমষ্টিৰ পৰা নেকিব হুছেইনে প্ৰাৰ্থীত্ব পোৱাৰ সম্ভাৱনা আছে।

Recent News

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd