• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেডেল মাৰি, টেক্সী গাড়ী লৈ ১০০ কলা-কুশলীৰে সদল-বলে কংগ্ৰেছী হ’ল বাবু-নেকিব-অজয়

টিকট ঘোষণাৰ পূৰ্বে নিজৰ নিজৰ সমষ্টি ঠিক কৰি ল’লে বাবু, নেকিব অজয়ে!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 25, 2020 8:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কন্ঠশিল্পী বাবু বৰুৱাই পেডেল মাৰি, নেকিবে টেক্সি গাড়ী লৈ অজয় ফুকনসহ ১০০ কলা-কুশলীয়ে কংগ্ৰেছত আজি যোগদান কৰে।

দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু অন্য জ্যেষ্ঠ নেতাৰ উপস্থিতিত তিনিও গৰাকী কন্ঠশিল্পীয়ে কংগ্ৰেছী পোছাক পিন্ধে।

Apply Now

কংগ্ৰেছত যোগদান কৰি কন্ঠশিল্পী নেকিব হুছেইনে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় ‘আমাৰ হাতত ৰাষ্ট্ৰীয় দল বুলি ক’লে কংগ্ৰেছেই আছে। তেওঁলোকৰ লগতেই কা ক লৈ যি সমস্যা বা সাধাৰণ ৰাইজৰ যি সমস্যা সেইখিনিৰ সমাধান কৰিব লাগিব। বিজেপি চৰকাৰ জনসাধাৰণৰ সমস্যা সমাধানত গুৰুত্ব দিয়া নাই। আমি বান্ধি দিয়া এজেণ্ডাসমূহ তেওঁলোকে মানি লৈছে গতিকে আমি কংগ্ৰেছত যোগদান কৰিলো।‘

আনহাতে, কংগ্ৰেছত যোগদান কৰি আগত কয় ‘বিজেপিত যোৱা শিল্পীসকল কেৱল নিজৰ সুবিধাৰ বাবে গৈছে। আমি নিজৰ সুবিধাৰ কথা ভাবিলোহেঁতেন কংগ্ৰেছ দলৰ পৰিৱৰ্তে বিজেপিত যোগদান কৰিলোহেঁতেন। কা বিৰোধী শক্তি হিচাপে ১০০ জনীয়া শিল্পী-কলা কুশলীৰ এটা শক্তি কংগ্ৰেছৰ সৈতে চামিল হৈছো।‘

‘বিজেপিত যোৱা শিল্পীসকল কা বিৰোধী আন্দোলনলৈ ৰাইজৰ ৰোষত পৰাৰ ভয়তহে যোগদান কৰিছিল। তেওঁলোকে মনৰ পৰা যোগদান কৰা নাছিল। তেওঁলোকে মুখখন দেখুৱাবলৈ আন্দোলনলৈ আহিছিল কিন্তু প্ৰকৃততে অন্তৰৰ পৰা অহা নাছিল।‘ বিজেপিলৈ গমন কৰা কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা শিল্পীসকলক কটাক্ষ কৰি ফুকনে এইদৰে কয়।

ইপিনে,  অজয় ফুকনৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিল যে কংগ্ৰেছে টিকট ঘোষণাৰ পূৰ্বে নিজৰ নিজৰ সমষ্টি ঠিক কৰি ল’লে বাবু, নেকিব আৰু অজয়ে।

অজয় ফুকনে জনোৱা অনুসৰি এইবাৰ কংগ্ৰেছৰ হৈ পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা বাবু বৰুৱাই, চাবুৱা সমষ্টিৰ পৰা অজয় ফুকন আৰু হাজো সমষ্টিৰ পৰা নেকিব হুছেইনে প্ৰাৰ্থীত্ব পোৱাৰ সম্ভাৱনা আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd