• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেংককৰ হোটেলৰ কোঠাত উদ্ধাৰ ছয়গৰাকী বিদেশী নাগৰিকৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2024 10:24 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

165
VIEWS
Share on FacebookShare on Twitter

থাইলেণ্ডৰ ৰাজধানী বেংককত হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ হৈছে ৬জন লোকৰ মৃতদেহ। নিহত হোৱা আটাইকেইজনেই আছিল ভিয়েটনাম আৰু আমেৰিকাৰ নাগৰিক। থাইলেণ্ড চৰকাৰৰ এজন বিষয়াই এই তথ্য প্ৰকাশ কৰিছে।

দেশৰ স্থানীয় সংবাদ মাধ্যমত প্ৰথমে কোৱা হৈছিল যে গ্ৰেণ্ড হায়াট নামৰ এই হোটেলখনত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। কিন্তু আৰক্ষীয়ে এই তথ্য খাৰিজ কৰে। তেওঁলোকে কয় যে গুলীয়াগুলিৰ কোনো প্ৰমাণ পোৱা হোৱা নাই।

শেহতীয়াকৈ সংবাদ মাধ্যমে কৈছে যে এই ছয়জন লোকৰ মৃত্যু হৈছে বিষক্ৰিয়াৰ ফলত। অৱশ্যে এই তথ্য এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

লগতে পঢ়কঃ চন্দ্ৰৰ মাটিত ৰহস্যময় গুহাৰ সন্ধান! বিজ্ঞানী মহলত আলোড়নৰ সৃষ্টি কৰিছে এই আৱিষ্কাৰে

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰেথা থাভিছিনে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। থাইলেণ্ডৰ ভাবমূর্তি আৰু পৰ্যটন খণ্ডত ইয়াৰ প্রভাৱ তেওঁ নিবিচাৰে বুলিও তেওঁ কয়৷

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, স্থানীয় সময় অনুসৰি মঙলবাৰে বিয়লি তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

গুলীচালনাত ছয়জন লোকৰ মৃত্যু হোৱাৰ তথ্যক খাৰিজ কৰি তেওঁ কয় যে তেওঁলোকৰ মৃত্যু ‘বিষাক্ত পদাৰ্থ’ৰ সৈতে জড়িত।

যিকোনো নিচা বা মদ্যপানৰ ফলত তেওঁলোকৰ মৃত্যু হ’ব পাৰে।

লগতে পঢ়কঃ বিপদে লগ এৰা নাই ড’নাল্ড ট্ৰাম্পক; ট্ৰাম্পৰ সভাৰ সমীপত গ্ৰেপ্তাৰ মাস্ক পৰিহিত বন্দুকধাৰী যুৱক

থাইলেণ্ডৰ এটা প্ৰভাৱশালী সংবাদ মাধ্যম বেংকক পোষ্টে এজন আৰক্ষী বিষয়াৰ উদ্ধৃতি দি কয় যে নিহতসকলৰ ভিতৰত তিনিজন পুৰুষ আৰু তিনিগৰাকী মহিলা আছে। তেওঁলোকৰ কোঠাত হিংসাৰ কোনো চিন পোৱা নগ’ল আৰু কোঠাটোৰ সন্মুখৰ দুৱাৰৰ ওচৰত তেওঁলোকৰ লাগেজসমূহ উদ্ধাৰ হয়।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd