• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূমি বিবাদৰ ভয়াৱহ ৰূপ: ৩ মহিলাসহ ৬ গৰাকীক গুলীয়াই হত্যা, দুগৰাকী আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2023 10:13 pm
Madhya Pradesh
7.3k
VIEWS
Share on FacebookShare on Twitter

মধ্য প্ৰদেশৰ মৰেনাত ভূমি বিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছতে তিনিগৰাকী মহিলাসহ এটা পৰিয়ালৰ ৬ গৰাকী সদস্যক গুলীয়াই হত্যা কৰা হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আন দুগৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই সমগ্ৰ কাণ্ডৰ চাঞ্চল্যকৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা ভিডিঅ’ত কেইবাগৰাকীও লোকে নিৰস্ত্ৰ দলটোক কাঠৰ লাঠিৰে প্ৰহাৰ কৰি মাটিত বগৰাই পাছত মাৰণাস্ত্ৰেৰে গুলীচালনা কৰি হত্যা কৰা দেখিবলৈ পোৱা গৈছে।

প্ৰকাশিত বাতৰি মতে, মৰেনা জিলা সদৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত থকা লেপা নামৰ এখন গাঁৱত ধীৰ সিং টোমাৰ আৰু গজেন্দ্ৰ সিং তোমৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই ঘটনা।

ঘটনাৰ বিৱৰণীৰ মতে, ২০১৩ চনতে আৱৰ্জনা পেলোৱাক লৈ পৰিয়াল দুটাৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। সেই সময়ত দুই পৰিয়ালৰ মাজত সূত্ৰপাত ঘটা সংঘৰ্ষত ধীৰ সিং টোমাৰৰ পৰিয়ালৰ দুজন লোক নিহত হৈছিল আৰু গজেন্দ্ৰ সিং টোমাৰৰ পৰিয়ালে গাঁওখনৰ পৰা পলায়ন কৰিছিল।

আদালতৰ বাহিৰত দুয়োটা পৰিয়ালৰ মাজত বিবাদ মীমাংসা কৰাৰ পাছতে গজেন্দ্ৰ সিঙৰ পৰিয়ালটো শুকুৰবাৰে গাঁৱলৈ উভতি আহিছিল। ইয়াৰ পাছতে ধীৰ সিং টোমাৰৰ পৰিয়ালে পূৰ্ব পৰিকল্পিতভাৱে তেওঁলোকৰ ওপৰত লাঠিৰে আক্ৰমণ চলাই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে পুৰণি শত্ৰুতাৰ বাবে ধীৰ সিং টোমাৰৰ পৰিয়ালে গজেন্দ্ৰ সিং টোমাৰৰ পৰিয়ালৰ ওপৰত আক্ৰমণ সংঘটিত কৰে।

এই হত্যাকাণ্ডৰ সৈতে জড়িত আঠগৰাকী লোকক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি কৰায়ত্ত কৰিবলৈ অভিযান চলোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd