• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ কনভেন্ট স্কুলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ শিশু শিক্ষাৰ্থীসহ ৬ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2023 8:34 am
ফটো: সংগ্ৰিহীত।

ফটো: সংগ্ৰিহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ স্কুলত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ । এইবাৰ এখন ব্যক্তিগত মিছনেৰী বিদ্যালয়ত আক্ৰমণ কৰা হয়। ঘটনাটোত তিনিটা শিশু শিক্ষাৰ্থী আৰু ৩ জন প্ৰাপ্তবয়স্ক লোক নিহত হৈছে। সোমবাৰে ৰাতিপুৱা সংঘটিত হয় এই ঘটনা। ঘটনাটো নেচভিল অঞ্চলত ঘটিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, এজন বন্দুকধাৰী হঠাতে কনভেন্ট স্কুলখনত প্ৰৱেশ কৰে। তাৰ পিছত নিৰ্বিচাৰে গুলীয়াবলৈ আৰম্ভ কৰে। বিদ্যালয়খনত প্ৰাক-প্ৰাথমিকৰ পৰা ষষ্ঠ শ্ৰেণীলৈ আছে। হঠাতে বন্দুকধাৰীজনে তাত আক্ৰমণ চলায়।

লগতে পঢ়ক: দিল্লীত চৰকাৰী বাংলো খালী কৰিবলৈ নিৰ্দেশ ৰাহুল গান্ধীক; বান্ধি দিলে সময়সীমা

আৰক্ষীয়ে টুইটাৰত জনায় যে বন্দুকধাৰীজনকো গুলীয়াই নিহত কৰা হৈছে।  ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয় চিকিৎসা কেন্দ্ৰৰ এজন মুখপাত্ৰ জন হাউচাৰে কয় যে তিনিটা শিশুক গুলীয়াই হত্যা কৰা হৈছে। তেওঁলোকক অনা হৈছিল যদিও তেওঁলোকৰ ইতিমধ্যে মৃত্যু হৈছিল। আন দুজন প্ৰাপ্তবয়স্ককো অনা হৈছিল।  তেওঁলোকৰো মৃত্যু হৈছে।

অৱশ্যে, বন্দুকধাৰীক আৰক্ষীয়ে গুলীয়াই নিহত কৰে। ইপিনে, নেছভিল অগ্নি নিৰ্বাপক বিভাগে বিদ্যালয়খনত আক্ৰমণ কৰা হৈছে বুলি গম পোৱাৰ পিছত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে।

An active shooter event has taken place at Covenant School, Covenant Presbyterian Church, on Burton Hills Dr. The shooter was engaged by MNPD and is dead. Student reunification with parents is at Woodmont Baptist Church, 2100 Woodmont Blvd. pic.twitter.com/vO8p9cj3vx

— Metro Nashville PD (@MNPDNashville) March 27, 2023

আৰক্ষীৰ এজন মুখপাত্ৰই কয়, “আমি ৰাতিপুৱা প্ৰায় ১০.১৩ বজাত এটা ফোন পাইছিলো। আমি তথ্য পাইছিলো যে এজন বন্দুকধাৰী বিদ্যালয়ত আছিল। পৰিস্থিতিটোৰ মোকাবিলা কৰিবলৈ এটা বৃহৎ আৰক্ষী বাহিনী অনা হয়। প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।‘’

In a tragic morning, Nashville joined the dreaded, long list of communities to experience a school shooting.

My heart goes out to the families of the victims. Our entire city stands with you.

As facts continue to emerge, I thank our first responders and medical professionals.

— John Cooper (@JohnCooper4Nash) March 27, 2023

কনভেন্ট স্কুলখন ২০০১ চনত নিৰ্মাণ কৰা হৈছিল। বিদ্যালয়খন কনভেন্ট প্ৰেচবিটেৰিয়ান গীৰ্জাৰ আছিল। বিদ্যালয়খনত ৩৩ জন শিক্ষক আছে। এই বছৰ প্ৰায় ২১০ জন শিক্ষাৰ্থী বিদ্যালয়ত আছিল। অৱশ্যে, বন্দুকধাৰীজনে কিয় এই আক্ৰমণ চলাইছিল সেয়া স্পষ্ট হোৱা নাই। আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd