• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2025 6:37 pm
85
VIEWS
Share on FacebookShare on Twitter

উত্তৰাখণ্ডৰ চামেলীত হৃদয়বিদাৰক হত্যাকাণ্ডৰ ঘটনাৰ প্ৰায় তিনিবছৰীয়া শুনানিৰ অন্তত আদালতে পুত্ৰক মাতৃ হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ প্ৰদান কৰিছে।

এই শোকাবহ ঘটনা ২০১৯ চনৰ ২৭ জানুৱাৰীৰ নিশা সংঘটিত হৈছিল। আৰক্ষী আৰু আদালতৰ সূত্ৰ অনুসৰি, কালাম ৰাম নামৰ কনিষ্ঠ পুত্ৰজনে নিজৰ মাতৃ চম্পা দেৱীক ডাঠ লাঠিৰে মূৰত আঘাট কৰি নৃশংসভাৱে হত্যা কৰে। মাতৃগৰাকীয়ে কালামৰ গৰ্ভৱতী পত্নীৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজনীয় টকা  দিবলৈ অস্বীকাৰ কৰা বাবে হত্যা কৰে।

ঘটনাৰ প্ৰধান সাক্ষী আছিল কালামৰ ভনীয়েক উৰ্মিলা। তেওঁ আদালতত সাক্ষ্য দিয়ে যে হত্যাৰ নিশা ঘৰত মাত্ৰ মাক-পুতেকহে উপস্থিত আছিল। উৰ্মিলাই কৈছিল যে ৰাতিপুৱা চিঞৰৰ শব্দ শুনি ভয়তে দুৱাৰ বন্ধ কৰি ৰাখিছিল আৰু পুৱা মাতৃক তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত দেখিছিল। চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও, চিকিৎসকে মৃত ঘোষণা কৰে।

ঘটনাৰ তদন্তত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা তেজেৰে তিতি থকা এডাল লাঠি উদ্ধাৰ কৰে, যাক হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ হিচাপে চিহ্নিত কৰি আদালতে প্ৰমাণ স্বৰূপ গ্ৰহণ কৰে।

তিনিবছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে অভিযুক্ত কালাম ৰামক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিয়ে। আদালতে এই হত্যাকাণ্ডক “নৃশংসতা আৰু সামাজিক মূল্যবোধৰ গভীৰ পতনৰ এক জ্বলন্ত উদাহৰণ” বুলি আখ্যা দিয়ে।

Recent News

নাবালিকাৰ সৈতে যৌ*ন নিৰ্যাতনৰ গোচৰৰ নিজাববীয়াকৈ নিষ্পত্তি গ্ৰহণযোগ্য নহয়: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

নাবালিকাৰ সৈতে যৌ*ন নিৰ্যাতনৰ গোচৰৰ নিজাববীয়াকৈ নিষ্পত্তি গ্ৰহণযোগ্য নহয়: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

প্ৰমাণৰ অভাৱ! মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা, ৭জন অভিযুক্তক দোষমুক্ত

প্ৰমাণৰ অভাৱ! মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা, ৭জন অভিযুক্তক দোষমুক্ত

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd