• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছ মুৰব্বীৰ পদ এৰিব ছোনিয়া গান্ধীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 23, 2020 11:09 pm
Sonia Gandhi to step down as Congress chief
214
VIEWS
Share on FacebookShare on Twitter

ছোনিয়া গান্ধীয়ে কংগ্ৰেছ মুৰব্বীৰ পদ এৰিব, বাতৰিত প্ৰকাশ।

বাতৰি মতে, কংগ্ৰেছৰ সম্পূৰ্ণ নেতৃত্বৰ পুনৰীক্ষণ বিচাৰি  দলৰ কমেও ২৩গৰাকী নেতাই গান্ধীক দিয়া পত্ৰৰ পিছতে তেওঁ এই সিদ্ধান্ত লৈছে।

গান্ধীয়ে দলৰ নতুন মুৰব্বীৰ সন্ধানৰ বাবে এক বৈঠকত মিলিত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে যিহেতু তেওঁ আৰু এই দায়িত্ব গ্ৰহণ কৰি থাকিব খোজা নাই।

বাতৰি মতে পত্ৰখনত দলৰ প্ৰত্যেক স্তৰত নেতা বাচনিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাকে ধৰি বহুবিলাক সংস্কাৰ বিচৰা হৈছে।

গুলাম নবী আজাদ আৰু কপিল চিবালকে ধৰি বহু দলীয় নেতাই পত্ৰখন লিখা বুলি বাতৰিত প্ৰকাশ।

অৱশ্যে কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ ৰণদীপ সূৰ্য্যেৱালাই এই বাতৰি অস্বীকাৰ কৰিছে।

“শ্ৰীমতী গান্ধীয়ে নেতৃত্বৰ পৰিৱৰ্তন সন্দৰ্ভত এনে কোনো মন্তব্য বা সাক্ষাৎকাৰ কাকো দিয়া নাই,” সূৰ্য্যেৱালাই দেওবাৰে সংবাদ মাধ্যমক জনায়।

Recent News

৫০০ কোটি আলোকবৰ্ষ দূৰত মহাজাগতিক দানব; ৩৬ বিলিয়ন সূৰ্য্যৰ ভৰ বিশিষ্ট কৃষ্ণগহ্বৰ আৱিষ্কাৰ

৫০০ কোটি আলোকবৰ্ষ দূৰত মহাজাগতিক দানব; ৩৬ বিলিয়ন সূৰ্য্যৰ ভৰ বিশিষ্ট কৃষ্ণগহ্বৰ আৱিষ্কাৰ

চাৰি সন্তানৰ মাতৃ হ’ল কেশৰী : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি

চাৰি সন্তানৰ মাতৃ হ’ল কেশৰী : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদী সমদলৰ সময়ত দিল্লী আৰক্ষীৰ হাতত আটক ৰাহুল গান্ধী

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদী সমদলৰ সময়ত দিল্লী আৰক্ষীৰ হাতত আটক ৰাহুল গান্ধী

নৱম শ্ৰেণীৰ পৰাই কিতাপ খুলি পৰীক্ষা দিব পাৰিব চিবিএছইৰ শিক্ষাৰ্থীসকলে

নৱম শ্ৰেণীৰ পৰাই কিতাপ খুলি পৰীক্ষা দিব পাৰিব চিবিএছইৰ শিক্ষাৰ্থীসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd