• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱাল মন্ত্ৰী মণ্ডলৰ বৈঠক, ১ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হ’ব বহুকেইটা সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2020 11:42 pm
Assam CM asks people not to panic as COVID-19 postive cases reach 13 in state

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত সোমবাৰে মন্ত্ৰী মণ্ডলৰ এক বৈঠকত COVID-19 সৃষ্ট পৰিস্থিতিৰ পৰ্য্যালোচনা কৰা হয় আৰু কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সিদ্ধান্তসমূহ—

  • মুখ্য মন্ত্ৰীয়ে COVID-19ৰ মোকাবিলাৰ বাবে এক বিশেষ পেকেজ ঘোষণা কৰে। ইয়াৰ দ্বাৰা ৰাজ্যৰ ৭২লাখ পৰিয়াল উপকৃত হ’ব।
  • ১ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ ৫৮ লাখ পৰিয়ালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া চাউল লাভ কৰিব।
  • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ কাৰ্ড নথকা গ্ৰামাঞ্চলৰ ৫০০০ জনবসতি থকা অঞ্চলৰ ১০০টা পৰিয়াল, ৫ৰ পৰা ১০ হাজাৰ জনবসতি থকা অঞ্চলত ১৫০টা পৰিয়াল, ১০ হাজাৰৰ ওপৰৰ জনসংখ্যা থকা অঞ্চলৰ ২০০ পৰিয়াল, গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডৰ ২৫০টা পৰিয়াল আৰু অন্যান্য নগৰ সমিতিৰ প্ৰতিটো ৱাৰ্ডৰ ১০০টা পৰিয়ালক এক হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব।
  • তদুপৰি বি টি এ ডি, ডিমা হাচাও আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ এলেকাত নিৰ্বাচন আয়োগৰ লগত আলোচনা মৰ্মে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা কাৰ্ড নথকা প্ৰতিটো পৰিয়ালক এক হাজাৰ টকাকৈ প্ৰদানৰ সিদ্ধান্ত লোৱা হ’ব।
  • ৰাজ্যখনত সম্ভাৱ্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি অহা ১ এপ্ৰিলৰ পৰা মথাউৰি মেৰামতি আৰু নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব।
  • অসমত গৃ্হ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদত পঞ্জীয়নভুক্ত প্ৰায় ২.৭৮ লাখ শ্ৰমিকক এক হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব।
  • ১ এপ্ৰিলত পৰা চাহবাগিচাসমূহত জিলা উপায়ুক্তৰ অনুমোদন সাপেক্ষে তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশাৱলী মানি চলি কেঁচাপাত উঠোৱা তথা অন্যান্য কাৰ্য্য চলোৱাৰ বাবে অনুমতি প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। অৱশ্যে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলিব লাগিব।
  • তদুপৰি উপায়ুক্তৰ অনুমোদন সাপেক্ষে তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশাৱলী মানি চলি জিলাত থকা খাদ্য সংসাধন উদ্যোগ যেনে ধান মিল, আটা মিল, বিস্কুট ফেক্তৰি আদি খোলাৰ অনুমতি প্ৰদান কৰা হ’ব। অৱশ্যে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলিব লাগিব।
  • ১ এপ্ৰিলৰ পৰা উপায়ুক্তসকলে জিলাখনৰ গেলামাল দোকানসমূহ খোলাৰ সময়সূচীৰ সালসলনিৰ অনুমতি প্ৰদান কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলিব লাগিব।
  • ১ এপ্ৰিলৰ পৰা কৃষকসকলে স্বাস্থ্যসন্মত নিৰ্দেশনা মানি কৃষিকাৰ্য্য আৰম্ভ কৰিব পাৰিব।
  • শ্ৰীৰামপুৰ গেটত আবদ্ধ হৈ থকা ৰাজ্যখনলৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পশুখাদ্য কঢ়িওৱা ট্ৰাকসমূহক ১ এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰৱেশৰ অনুমতি প্ৰদানৰ দিশত সিদ্ধান্ত।
Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd