• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বহু নাবালিকা,যুৱতীৰ জীৱনলৈ সৰ্বনাশ মাতি অনা ছনু পাঞ্জাৱনক ২৪ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2020 2:47 pm
Sonu-Panjabon
6.7k
VIEWS
Share on FacebookShare on Twitter

৩৫ বছৰীয়া মহিলা গৰাকীক দেখিলে কোনেও কব নোৱাৰে যে তেওঁৰ অন্তৰত লুকাই আছে এক পাশৱিক ইচ্ছা।

নাম তেওঁৰ ছনু পাঞ্জাৱন। এই গৰাকী মহিলাই দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অলেখ যুৱতী আৰু নাবালিকাক অপহৰণ কৰি দেহ ব্যৱসায়ী চক্ৰৰ হাতত গতাই দি আহিছিল।

যুৱতী- নাবালিকাক অপহৰণ কৰাৰ ক্ষেত্ৰত ছনুক সহায় কৰি আহিছিল সন্দীপ বেদৱাল নামৰ লোক জনে।

হানি ট্ৰেপিং চক্ৰৰ মূল নায়িকা ছনুৰ প্ৰকৃত নাম গীতা অৰোৰা।ছনুৰ সহযোগী সন্দীপে নানান প্ৰলোভনেৰে যুৱতী,নাবালিকাক প্ৰেমৰ জালত বন্দী কৰে আৰু ইয়াৰ পিছতে তেওঁলোকক অপহৰণ কৰে।

অপহৰণ কৰি নিয়া যুৱতী-নাবালিকা সকলক বিশেষ বেজী দি তেওঁলোকৰ শাৰীৰিক গঠন দেখনীয়াৰ কৰি তোলা হয়।

ইয়াৰ পিছতে তেনে যুৱতী-নাবালিকাক মোটা অংকৰ ধনৰ বিনিময়ত তুলি দিয়া হয় দেহ ব্যৱসায়ী চক্ৰৰ হাতত।

২০১৩ চনত ছনুৰ কৱলৰ পৰা পলাই যাবলৈ সক্ষম হয় এগৰাকী নাবালিকা।

ছনুৱে অপহৰণ কৰাৰ পিছত নাবালিকাগৰাকীক ১২ জন লোকে মিলি বলাৎকাৰ কৰি গৈছিল।

পলাই অহা নাবালিকা গৰাকীয়েই আৰক্ষীৰ আগত সকলো কথা ফাদিল কৰি দিয়ে।

ইয়াৰ পিছতে আৰম্ভ হয় আৰক্ষীৰ অভিযান। ধৰা পৰে ছনু আৰু তেওঁৰ সহযোগী সন্দীপ।

দেশৰ সৰ্ববৃহৎ হানি ট্ৰেপিং কাণ্ডৰ দুই অভিযুক্তৰ বিৰুদ্ধে আজি দিল্লীৰ বিশেষ আদালতে ৰায়দান কৰে।

ছনুক বিহা হয় ২৪ বছৰৰ কাৰাদণ্ডৰ লগতে ৬৪ হাজাৰ টকাৰ জৰিমনা।

ছনুৰ সহযোগী সন্দীপ বেদৱালক  বিহা হয় ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ৬৫ হাজাৰ টকাৰ জৰিমনা।

ৰায়দানৰ সময়ত ছনু পাঞ্জাৱনক উদ্দেশ্যি ন্যায়াধীশৰ মন্তব্য—‘মহিলা হৈ মহিলাৰ বিৰুদ্ধে এনে নিকৃষ্ট কাম কৰে নে?’

Recent News

ইতি কথা-কেচটো নগেন : ৰিমলী বৰকটকী

ইতি কথা-কেচটো নগেন : ৰিমলী বৰকটকী

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd