• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৬ বছৰ বয়সত ৰহস্যজনকভাবে মৃত্যু প্ৰাপ্তবয়স্ক ছবিৰ নায়িকা ছোফিয়া লিঅ’নীৰ

by
March 10, 2024 1:29 pm
23.5k
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ২৬ বছৰ বয়সতে নীলা ছবি আৰু মডেলিঙৰ জগতখনত অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছিল ছোফিয়া লিঅ’নীয়ে। অভিনয়ৰ দ্বাৰা যথেষ্ট উপাৰ্জনো কৰিছিল ছোফিয়াই।

কিন্তু হঠাৎ নিজৰ বাসগৃহত ৰহস্যজনকভাবে উদ্ধাৰ হৈছে অভিনেত্ৰীগৰাকীৰ মৃতদেহ। শনিবাৰে তেওঁৰ পৰিয়ালৰ লোকে এই খবৰ নিশ্চিত কৰিছে।

পৰিয়ালৰ মতে, ১ মাৰ্চত আমেৰিকাত থকা ফ্লেটত পৰ্ণ ষ্টাৰগৰাকীৰ  নিথৰ দেহ উদ্ধাৰ কৰা হৈছিল। অৱশ্যে পৰ্ণ ষ্টাৰগৰাকীৰ মৃত্যু কেনেকৈ হ’ল সেই সন্দৰ্ভত পৰিয়ালে একো কোৱা নাই। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

নীলা ছবিত অভিনয় কৰাৰ উপৰিও মডেলিং   জগততো কাম কৰিছিল ছোফিয়া লিঅ’নীয়ে।। ছোফিয়াৰ মডেলিং এজেন্সীয়ে জনোৱা মতে এয়া আত্মহত্যা নহয়। আৰক্ষীয়ে তদন্ত অব্যা হত ৰাখিছে। অভিনেত্ৰীগৰাকীৰ আত্মীয় সকলে সন্দেহ কৰিছে যে কোনোবাই ঘৰত সোমাই তেওঁক হত্যা কৰিছে।

উল্লেখ্য যে মিয়ামিৰ বাসিন্দা ছফিয়াই ১৮ বছৰ বয়সতে নীলা ছবিৰ জগতখনত প্ৰৱেশ কৰিছিল। ইয়াৰ উপৰিও কিছুদিনৰ ভিতৰতে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।  তেওঁৰ সম্পত্তিৰ পৰিমাণ ১০ লাখ ডলাৰ বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে এনে ৰহস্য জনক মৃত্যুৰ ঘটনা এয়েই প্ৰথম নহয়, চলিত বৰ্ষত আন তিনিগৰাকী পৰ্ণ ষ্টাৰৰো মৃত্যু হৈছে। তিনিগৰাকী পৰ্ণ ষ্টাৰ কেগনি লিন কাৰ্টাৰ, জেছি জেন ​​আৰু থাইনা ফিল্ডছৰো ৰহস্যজনকভাৱে মৃত্যু হৈছিল। তেওঁলোকৰ কোনো এজনৰ মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd