• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2023 8:52 pm
China covid
141
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাৰ বিধ্বংসী পৰিস্থিতিয়ে কাবু কৰি তোলা চীনক বিপদে লগ এৰা নাই। চীনক বিপদ পেলাই এইবাৰ এক নতুন সমস্যাৰ সৃষ্টি কৰিছে প্ৰতিবেশী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই। দক্ষিণ কোৰিয়াৰ চৰকাৰে ক’ভিদ প্ৰতিৰোধৰ স্বাৰ্থত এনে এক সিদ্ধান্ত লৈছে যি সিদ্ধান্তই চীনৰ এই অস্থিৰ সময়ত আন এক দুঃচিন্তাত পেলাব চীনক।

দক্ষিণ কোৰিয়া চৰকাৰে নৱবৰ্ষৰ বন্ধৰ পিছত ক’ৰ’ণাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকা কৰি চীনৰ পৰা দক্ষিণ কোৰিয়ালৈ যাত্ৰা কৰা যাত্ৰীসকলক দেশত প্ৰৱেশ কৰাতো নিষিদ্ধ কৰিছে। দক্ষিণ কোৰিয়াই ফেব্ৰুৱাৰী মাহৰ শেষলৈকে চীনৰ পৰা যোৱা যাত্ৰীক দেশখনত প্ৰৱেশৰ অনুমতি নিদিয়ে বুলিও প্ৰকাশ পাইছে।

উল্লেখ্য যে জানুৱাৰী মাহৰ আৰম্ভণিতে দক্ষিণ কোৰিয়াই চীনত থকা দূতাবাসসমূহত হ্ৰস্বম্যাদী ভিছা প্ৰদান বন্ধ কৰি দিছিল। ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়াই মহামাৰীৰ সৈতে জড়িত নিষেধাজ্ঞা শিথিল কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে ২০২৩ চনৰ আৰম্ভণিতে ক’ভিদ-১৯ৰ ৰোগীৰ সংখ্যা বৃদ্ধি আৰু নতুন ৰূপৰ ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ কোৰিয়াই পিছলৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছিল।

দক্ষিণ কোৰিয়াই চীন, হংকং আৰু মাকাউৰ পৰা ভ্ৰমণ কৰা সকলো যাত্ৰীয়ে যাত্ৰাৰ ৪৮ ঘণ্টাৰ পূৰ্বলৈকে এই সময়ছোৱাত কৰা ক’ভিদ পৰীক্ষাৰ নিগেটিভ ৰিপ’ৰ্ট দাখিল কৰাটো বাধ্যতামূলক কৰিছিল। দক্ষিণ কোৰিয়াত উপস্থিত হোৱাৰ লগে লগে এই যাত্ৰীসকলৰ নতুন ক’ভিদ পৰীক্ষা কৰা হৈছে।

ইফালে দক্ষিণ কোৰিয়াই জাৰি কৰা নিষেধাজ্ঞাৰ প্ৰতি সঁহাৰি জনাই চীনে দেশখনৰ পৰা যোৱা যাত্ৰীসকলক হ্ৰস্বম্যাদী ভিছা প্ৰদান কৰাটোও স্থগিত ৰাখিছে। ইয়াৰ ফলত অৱশ্যে কেৱল চীনৰে সমস্যাৰ সৃষ্টি হোৱা নাই, ৰপ্তানিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল দক্ষিণ কোৰিয়াৰ বাণিজ্যিক কাৰ্যকলাপতো ই ব্যাঘাত জন্মাইছে।

দক্ষিণ কোৰিয়াৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সংস্থাৰ তথ্য অনুসৰি ২০২৩ চনৰ ২ জানুৱাৰীৰ পৰা চীনৰ পৰা দক্ষিণ কোৰিয়ালৈ যাত্ৰা কৰা প্ৰায় ৬৯০০ হ্ৰস্বম্যাদী যাত্ৰীক বিমানবন্দৰত কৰা ক’ভিদ পৰীক্ষাৰ সময়ত ক’ভিদ সংক্ৰমিত পোৱা গৈছে।

Recent News

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd