• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঝংকাৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত বিশেষ লোক অধিবক্তা নিয়োগ

ন্যায়ৰ আশাত বন্দী পিতৃয়ে বিচাৰে গোচৰটো নগাঁও অথবা গোলাঘাটলৈ স্থানান্তৰৰ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
November 18, 2018 9:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কিছুবছৰত অসমত হিংসাত্মক ঘটনা কিছু বৃদ্ধি পাবলৈ ধৰিছে। তেনে এক ঘটনা হ’ল ২০১৩ চনত ডিফু চহৰত সংঘটিত ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ড।

উল্লেখযোগ্য যে ২০১৩ চনতে সংঘটিত ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হ’ল যদিও বৰ্তমানলৈকে ঝংকাৰৰ পিতৃ-মাতৃয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Apply Now

প্ৰাপ্ত তথ্য অনুসৰি ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ গোচৰটো দ্ৰুত নিষ্পত্তিৰ বাবে ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক বিশেষ অধিসূচনাযোগে গোলাঘাটৰ বিশিষ্ট অধিবক্তা দুৰ্গা প্ৰসাদ জয়ছৱালক  উক্ত গোচৰৰ বিশেষ লোক অধিবক্তা হিচাবে নিয়োগ কৰিছে।

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা বিচাৰ প্ৰক্ৰিয়া চলি থকা গোচৰটোত অহা ২০ নৱেম্বৰত নৱনিযুক্ত বিশেষ লোক অধিবক্তা গৰাকী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে  পাঁচবছৰৰ পূৰ্বে মাত্ৰ ৩০ টকা অট’ৰিক্সা ভাড়াৰ বাবে ডিফু চহৰৰ মাজমজিয়াত আৰক্ষীৰ সন্মুখতে ঝংকাৰ আৰু তেওঁৰ পিতৃক গণ প্ৰহাৰ কৰাৰ ফলত দুয়োজন গুৰুতৰভাৱে আহত হৈছিল। পিছত সংকটজনক অৱস্থাত ঝংকাৰক চিকিৎসালয়ত ভর্তি কৰা হয় যদিও ১ জুলাইত ঝংকাৰৰ মৃত্যু হয়।

সেইসময়তে উক্ত ঘটনা সংক্ৰান্তত ডিফু আৰক্ষী থানাত ৯৫/১৩ ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৩২৫/৩০২/৩০৭ /১০৯/১৪৭/১৪৮/১৪৯/৩৩৭/৩৩৮/৩৪ধাৰাত এক গোচৰ ৰুজু কৰা হৈছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে এজন হাবিলদাৰ আৰু এজন এ এছ আইসহ ১৬ লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

আনহাতে এই গোচৰটোত ১৩৯ জন সাক্ষী আছে। কিন্তু এক বৃহৎ পৰিমাণৰ সাক্ষী-বাদী থকাৰ পিছতো ঝংকাৰৰ পিতৃ তথা বৰ্তমান তিতাবৰ সদৰ  মহকুমা আদালতৰ অধিবক্তা হৰেন চন্দ্ৰ শইকীয়াই ডিফু আদালতত প্ৰকৃত ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে।

তাৰোপৰি ডিফুত সাক্ষ্যদান কৰিবলৈ যোৱাটোৱে এক ভয়ংকৰ কথা বুলি মন্তব্য কৰি অধিবক্তাগৰাকীয়ে পুত্ৰহত্যাৰ ন্যায় লাভৰ বাবে যিকোনো প্ৰকাৰে গোচৰটো নগাঁও অথবা গোলাঘাটলৈ স্থানান্তৰৰ অতি প্ৰয়োজন বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে তেওঁ এই সংক্ৰান্তত ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰি থৈছে আৰু গোচৰটোৰ এনে এক কঠিন সন্ধিক্ষনত চৰকাৰৰ তৰফৰ পৰা বিশেষ লোক অধিবক্তাৰ নিযুক্তিক আদৰণি জনাইছে।

ইফালে উক্ত গোচৰৰ বিশেষ দায়িত্ব লাভ কৰি অধিবক্তা দুৰ্গা প্ৰসাদ জয়ছোৱালে এয়া অতিশয় দায়িত্বশীল কাম বুলি উল্লেখ কৰি ঝংকাৰৰ ন্যায়ৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি  মন্তব্য কৰিছে।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd