• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এপেক্স বেংকৰ দুৰ্নীতিৰ তদন্তৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2025 6:55 pm
এপেক্স বেংকৰ দুৰ্নীতিৰ তদন্তৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে চলি প্ৰতিবাদ আছে। বিগত কেইবাদিন ধৰি এপেক্স বেংকৰ দুৰ্নীতিৰ লৈ ৰাজ্যজুৰি চৰ্চা হৈ থকাৰ মাজতেই আজি ইয়াৰ তদন্তৰ দাবীত ৰাজপথলৈ ওলাই আহিল প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মী । গুৱাহাটী মহানগৰীৰ পাণবজাৰত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰতিবাদ জনাই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

প্ৰতিবাদকাৰীসকলে বিজেপি হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি লেই লেই চেই চেই, এপেক্স বেংক কেলেংকাৰীৰ তদন্ত লাগে, এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনক নিলম্বন কৰক আদি শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয় । প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰি চচললৈ লৈ যায়।

এই সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয়, “এপেক্স বেংক অসমীয়াৰ সম্পদ। এপেক্স বেংক কেলেংকাৰীত বিজেপি নেতা-পালিনেতা জড়িত হৈ আছে  বিজেপি দলে অসমৰ সম্পদ লুটি পুটি খাইছে, আমি বহি নাথাকোঁ। এপেক্স বেংকৰ কেলেংকাৰীৰ তদন্ত হ’ব লাগিব । বিজেপিৰ নেতা জড়িত থকা বুলি নকৰিলে নহ’ব । এপেক্স বেংকৰ কেলেংকাৰীৰ তদন্ত এগৰাকী ন্যায়াধীশৰ জৰিয়তে কৰিবলৈ দাবী জনাইছোঁ। যেতিয়ালৈ কেলেংকাৰীৰ তদন্ত নহ’ব তেতিয়ালৈ আমাৰ সংগ্ৰাম অব্যাহত থাকিব ।”

প্ৰতিবাদত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয়, “এপেক্স বেংকৰ কেলেংকাৰীৰ তদন্ত হ’বই লাগিব । বেংকটোৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে পদত্যাগ কৰিব লাগে । কেলেংকাৰীৰ তদন্ত নোহোৱালৈ আমাৰ প্ৰতিবাদ অব্যাহত থাকিব । হিমন্ত বিশ্ব শৰ্মাই আমাৰ মুখ বন্ধ কৰিব নোৱাৰিব ।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদীৰ নাৰী সন্মানৰ দুমুখীয়া চৰিত্ৰ? বিৰোধীৰ কটাক্ষত শিৰনত মোদী

প্ৰধানমন্ত্ৰী মোদীৰ নাৰী সন্মানৰ দুমুখীয়া চৰিত্ৰ? বিৰোধীৰ কটাক্ষত শিৰনত মোদী

September 3, 2025 2:51 pm
২০৪৭ চনলৈকে ক্ষমতাত থাকিব বিজেপি : ২৬ নিৰ্বাচনত লাভ কৰিব মাত্ৰ ১৫ খন আসন

২০৪৭ চনলৈকে ক্ষমতাত থাকিব বিজেপি : ২৬ নিৰ্বাচনত লাভ কৰিব মাত্ৰ ১৫ খন আসন

September 3, 2025 2:47 pm
অসমীয়াক ইজৰাইলৰ পৰা আচলতে কি শিকিবলৈ ক’লে হিমন্ত বিশ্বই! বিজ্ঞান-প্ৰযুক্তি নে বৰ্বৰতা?

CAA-ৰ অধীনত অসমত ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে ৩ জন বিদেশীয়েঃ হিমন্ত বিশ্ব শৰ্মা

September 3, 2025 2:24 pm
CAA-ৰ সময়সীমা বৃদ্ধিঃ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা ‘নিৰ্যাতিত সংখ্যালঘুসকল’ থাকিব পাৰিব ভাৰতত

CAA-ৰ সময়সীমা বৃদ্ধিঃ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা ‘নিৰ্যাতিত সংখ্যালঘুসকল’ থাকিব পাৰিব ভাৰতত

September 3, 2025 2:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদীৰ নাৰী সন্মানৰ দুমুখীয়া চৰিত্ৰ? বিৰোধীৰ কটাক্ষত শিৰনত মোদী

প্ৰধানমন্ত্ৰী মোদীৰ নাৰী সন্মানৰ দুমুখীয়া চৰিত্ৰ? বিৰোধীৰ কটাক্ষত শিৰনত মোদী

September 3, 2025 2:51 pm
২০৪৭ চনলৈকে ক্ষমতাত থাকিব বিজেপি : ২৬ নিৰ্বাচনত লাভ কৰিব মাত্ৰ ১৫ খন আসন

২০৪৭ চনলৈকে ক্ষমতাত থাকিব বিজেপি : ২৬ নিৰ্বাচনত লাভ কৰিব মাত্ৰ ১৫ খন আসন

September 3, 2025 2:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd