• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ সুৰাপায়ীৰ বাবে সুখবৰ; কাইলৈ পৰা অসমত খোলা হ’ব সুৰাৰ বিপণীৰ লগতে গুদাম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 12, 2020 8:58 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা ল’কডাউনৰ মাজতে ৰাজ্যৰ সকলো সুৰা বিপণী, সুৰাৰ গুদাম, বটলিং প্লেট, সুৰাৰ উৎপাদন কাৰখাৰ আৰু চেৰাভাটি মকুলি কৰিবলৈ ৰাজ্য চৰকাৰে অনুমোদন জনাইছে।

অতিৰিক্ত আৱকাৰী আয়ুক্ত(ভাৰপ্ৰাপ্ত) এছ. কে. মেধিয়ে পত্ৰ নং I-১৯০/২০১৪-১৫/পিটি-l/৪০২ ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰখনত অহা ১৩ এপ্ৰিলৰ পৰা ৰাজ্যত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সুৰা বিপণীৰ লগতে সুৰাৰ গুদাম, উৎপাদন কৰা কাৰখান তথা চেৰাভাটিসমূহ খোলা থাকিব বুলি উল্লেখ কৰিছে।

অনজ্ঞাপত্ৰ লব্ধ সকলো সুৰা বিপণী, সুৰাৰ গুদাম, বটলিং প্লান্ট, সুৰাৰ উৎপাদন কাৰখাৰ আৰু চেৰাভাটিত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমে জাৰি কৰা সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বিধান কঠোৰ ভাৱে মানি চলিব লাগিব কোৱা হৈছে পত্ৰখনত।

ইয়াৰ উপৰি সুৰাপায়ী গ্ৰাহকেও মানি চলিব লাগিব সামাজিক দূৰত্ব। কোনো গ্ৰাহকে জুম বান্ধিব নোৱাৰিব সুৰাৰ বিপনীৰ সন্মুখত। সকলোৱেই ১ মিটাৰ দূৰত্বত অৱস্থান গ্ৰহণ কৰিব লাগিব।

আনহাতে সুৰা বিপনীৰ দোকানীয়ে গ্ৰাহকক সুৰা ক্ৰয়ৰ পূৰ্বে চেনিটাইজাৰ যোগান ধৰিব লাগিব।

এখন ঘৰৰ এজন সদস্যহে সুৰা ক্ৰয়ৰ বাবে যাবলৈ নিৰ্দেশ দিয়া হৈছে আৱকাৰী বিভাগৰ দ্বাৰা।

এই নিৰ্দেশনা মানি নচলিলে আবকাৰী বিভাগে বিপনীৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰিব বুলি সদৰী কৰিছে।

কাইলৈৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয়তো খোলা থাকিব সুৰা বিপনী।

উল্লেখ্য যে, প্ৰখনত উল্লেখ কৰা নিৰ্দেশনা মানি সংশ্লিষ্ট সকলো পক্ষই মানি চলিব লাগিব।

Tags: COVID-19

Recent News

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ৮ টা শিশুকে ধৰি ১৭ জনৰ মৃত্যু

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ৮ টা শিশুকে ধৰি ১৭ জনৰ মৃত্যু

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd