• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যৰ সুৰাপায়ীৰ বাবে সুখবৰ; কাইলৈ পৰা অসমত খোলা হ’ব সুৰাৰ বিপণীৰ লগতে গুদাম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 12, 2020 8:58 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা ল’কডাউনৰ মাজতে ৰাজ্যৰ সকলো সুৰা বিপণী, সুৰাৰ গুদাম, বটলিং প্লেট, সুৰাৰ উৎপাদন কাৰখাৰ আৰু চেৰাভাটি মকুলি কৰিবলৈ ৰাজ্য চৰকাৰে অনুমোদন জনাইছে।

অতিৰিক্ত আৱকাৰী আয়ুক্ত(ভাৰপ্ৰাপ্ত) এছ. কে. মেধিয়ে পত্ৰ নং I-১৯০/২০১৪-১৫/পিটি-l/৪০২ ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰখনত অহা ১৩ এপ্ৰিলৰ পৰা ৰাজ্যত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সুৰা বিপণীৰ লগতে সুৰাৰ গুদাম, উৎপাদন কৰা কাৰখান তথা চেৰাভাটিসমূহ খোলা থাকিব বুলি উল্লেখ কৰিছে।

Apply Now

অনজ্ঞাপত্ৰ লব্ধ সকলো সুৰা বিপণী, সুৰাৰ গুদাম, বটলিং প্লান্ট, সুৰাৰ উৎপাদন কাৰখাৰ আৰু চেৰাভাটিত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমে জাৰি কৰা সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বিধান কঠোৰ ভাৱে মানি চলিব লাগিব কোৱা হৈছে পত্ৰখনত।

ইয়াৰ উপৰি সুৰাপায়ী গ্ৰাহকেও মানি চলিব লাগিব সামাজিক দূৰত্ব। কোনো গ্ৰাহকে জুম বান্ধিব নোৱাৰিব সুৰাৰ বিপনীৰ সন্মুখত। সকলোৱেই ১ মিটাৰ দূৰত্বত অৱস্থান গ্ৰহণ কৰিব লাগিব।

আনহাতে সুৰা বিপনীৰ দোকানীয়ে গ্ৰাহকক সুৰা ক্ৰয়ৰ পূৰ্বে চেনিটাইজাৰ যোগান ধৰিব লাগিব।

এখন ঘৰৰ এজন সদস্যহে সুৰা ক্ৰয়ৰ বাবে যাবলৈ নিৰ্দেশ দিয়া হৈছে আৱকাৰী বিভাগৰ দ্বাৰা।

এই নিৰ্দেশনা মানি নচলিলে আবকাৰী বিভাগে বিপনীৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰিব বুলি সদৰী কৰিছে।

কাইলৈৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয়তো খোলা থাকিব সুৰা বিপনী।

উল্লেখ্য যে, প্ৰখনত উল্লেখ কৰা নিৰ্দেশনা মানি সংশ্লিষ্ট সকলো পক্ষই মানি চলিব লাগিব।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd