• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এপ’লৰ প্ৰতিষ্ঠাতা ষ্টিভ জবছৰ চাকৰিৰ আবেদন পত্ৰৰ নিলামত দাম উঠিল আঢ়ৈ কোটি টকা!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2021 8:22 am
Steve jobs application for job
330
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ প্ৰসিদ্ধ প্ৰযুক্তি প্ৰতিষ্ঠান ‘এপ’ল’ৰ প্ৰতিষ্ঠাতা ষ্টিভ জবছে তেওঁৰ জীৱনত মাথোঁ এবাৰেই চাকৰিৰ বাবে আবেদন কৰিছিল।

ষ্টিভ জবছৰ সেই চাকৰিৰ আবেদন পত্ৰখন আকৌ এবাৰ নিলামত উঠিছে। শেহতীয়াকৈ নিলামত ইয়াৰ ডাক হৈছে ৩লাখ ৪৩হাজাৰ মাৰ্কিন ডলাৰ যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় আঢ়ৈ কোটি টকা।

ষ্টিভ জবছে ১৯৭৩ চনত তেওঁৰ বয়স যেতিয়া ১৮ বছৰ আছিল, তেতিয়াই এটা প্ৰতিষ্ঠানত চাকৰিৰ বাবে আবেদন কৰিছিল।  তেওঁৰ জীৱনৰ সেইখনেই আছিল প্ৰথম আৰু শেষ চাকৰিৰ বাবে কৰা আবেদন পত্ৰ।

শেহতীয়াকৈ পুৰণি হাতে লিখা সেই সামান্য হালধীয়া কাগজখনৰ নিলামত দাম ডাক দিয়া হৈছে আঢ়ৈ কোটি টকা।

ষ্টিভ জবছে নিজেই জানিবলৈ দিছে যে সেই সময়ত তেওঁৰ হাতত মোবাইল ফোন নাছিল, আছিল মাথোঁ ড্ৰাইভিং লাইচেন্স।

ষ্টিভ জবছৰ চাকৰিৰ এই আবেদন পত্ৰখন নিলামত উঠাৰ এয়ে প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও কেইবাবাৰো এই ‘মূল্যৱান’ কাগজখন নিলামত উঠিছিল।

যোৱা মাৰ্চ মাহত উঠা এক নিলামত ষ্টিভৰ এই চাকৰিৰ আবেদন পত্ৰখনৰ দাম উঠিছিল প্ৰায় ১কোটি ৭০লাখ টকা।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd