• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাত ‘হিলাৰী’ৰ তাণ্ডৱ! খুন্দা মাৰিলে কেলিফৰ্ণিয়াৰ উপকূলত; হ’ল ভূমিকম্পও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2023 10:18 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

3.7k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে কেলিফৰ্ণিয়াৰ দক্ষিণ উপকূলত প্ৰবল বৰ্ষাকালীন ধুমুহা “হিলাৰী”য়ে আঘাত হানে। ইয়াৰ পূৰ্বে ধুমুহাই মেক্সিকো অতিক্ৰম কৰে। হিলাৰীয়ে বৃহৎ বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰা হৈছে।

হিলাৰীয়ে আঘাত কৰাৰ আগদিনা কেলিফৰ্ণিয়াতো ভূমিকম্প অনুভৱ কৰা হৈছিল। ইয়াৰ মাত্ৰা আছিল ৰিখটাৰ স্কেলত ৫.১।

বিগত ৮৪ বছৰৰ ভিতৰত কেলিফৰ্ণিয়াত আঘাত কৰা প্ৰথমটো গ্রীষ্মমণ্ডলীয় ধুমুহা বুলি কোৱা হৈছে হিলাৰীক৷ বতৰ বিজ্ঞানীসকলে ইয়াক আমফান বা ঘূৰ্ণীবতাহ বুলি ক’বলৈ অনিচ্ছুক। এই বাৰিষাৰ ধুমুহাই ‘মাৰাত্মক’ বানপানীৰ সৃষ্টি কৰিব পাৰে বুলি তেওঁলোকে সকীয়াই দিয়ে।

ফটো: সংগ্ৰহীত।

লছ এঞ্জেলছৰ মেয়ৰ কেৰেন বাছে এই পৰিস্থিতিক “অভূতপূৰ্ব বতৰ” বুলি অভিহিত কৰিছে। যোৱা ২৪ ঘন্টাত মহানগৰীখনত ১৪৪ মিলিমিটাৰ বৰষুণ হয়। বানপানীৰ লগতে কেলিফৰ্ণিয়াতো ভূমিস্খলনৰ সতৰ্কবাণী দিয়া হৈছে।

মেয়ৰ কেৰেন বাছে কয় যে জনসাধাৰণৰ প্ৰতি আমাৰ স্পষ্ট বাৰ্তা হৈছে নিৰাপদে থাকক, ঘৰতে থাকক, সচেতন থাকক। তেওঁ লগতে কয় যে লছ এঞ্জেলছৰ দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ অভিজ্ঞতা আছে, সেয়া জুইয়েই হওক বা ভূমিকম্পই হওক। বাৰিষাৰ ধুমুহা হিলাৰীয়ে আঘাত কৰাৰ লগে লগে জৰুৰীকালীন সেৱা মুকলি কৰি ৰাখিবলৈ বিষয়াসকল তৎপৰ হৈছে।

ইয়াৰ পূৰ্বে হিলাৰীয়ে মেক্সিকোৰ বাজা কেলিফৰ্নিয়া উপদ্বীপত প্ৰতি ঘণ্টাত ১১৯ কিলোমিটাৰ বেগেৰে খুন্দা মাৰিছিল। ধুমুহাত এজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। দেশৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ অব্ৰাডৰে এটা বাৰ্তা যোগে কয় যে  বাৰিষাৰ ধুমুহা হিলাৰীয়ে বিশেষ ক্ষতি কৰা নাই।

ফটো: সংগ্ৰহীত।

ইপিনে, বাৰিষাৰ ধুমুহা হিলাৰীয়ে আঘাত কৰাৰ পূৰ্বে কেলিফৰ্ণিয়াত ভূমিকম্পৰ সৃষ্টি হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ইয়াৰ উৎপত্তি উত্তৰ-পশ্চিম কেলিফৰ্ণিয়াৰ ৪.৮ কিলোমিটাৰ গভীৰতাত হৈছিল। ভূমিকম্পত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই। ছুনামীৰ কোনো আশংকাও নাই।

Recent News

দেশত অন্ত পৰিব নে বৰ্ণ বৈষম্য! তিৰুপতিৰ কলেজত দলিত ছাত্ৰৰ ওপৰত নৃশংস নিৰ্যাতন

দেশত অন্ত পৰিব নে বৰ্ণ বৈষম্য! তিৰুপতিৰ কলেজত দলিত ছাত্ৰৰ ওপৰত নৃশংস নিৰ্যাতন

সম্ভল জামা মছজিদৰ জৰীপ গোচৰ : মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

সম্ভল জামা মছজিদৰ জৰীপ গোচৰ : মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

এছ বি আইৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ পুনৰ হ্ৰাস: এতিয়া সৰ্বোচ্চ হাৰ ৬.৭০%

এছ বি আইৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ পুনৰ হ্ৰাস: এতিয়া সৰ্বোচ্চ হাৰ ৬.৭০%

পেলেষ্টাইনীসকলক খান ইউনিছ খালী কৰিবলৈ নিৰ্দেশ ইজৰাইলৰ সেনাৰ

পেলেষ্টাইনীসকলক খান ইউনিছ খালী কৰিবলৈ নিৰ্দেশ ইজৰাইলৰ সেনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd