• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশত অন্ত পৰিব নে বৰ্ণ বৈষম্য! তিৰুপতিৰ কলেজত দলিত ছাত্ৰৰ ওপৰত নৃশংস নিৰ্যাতন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2025 8:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ শ্ৰীবিদ্যা নিকেতন মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ অভিযান্ত্ৰিকৰ এগৰাকী দলিত ছাত্ৰৰ ওপৰত হোৱা নৃশংস নিৰ্যাতনৰ ঘটনাই চককু কপালত তুলিছে সচেতন মহলৰ। প্ৰকাশিত তথ্য অনুসৰিছাত্ৰজনক অপহৰণ কৰি অমানৱীয় নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগী ছাত্ৰজনৰ নাম জেমছ বিলি জানিব পৰা গৈছে। ২২ বছৰীয়া জেমছ, নেল্লোৰ জিলাৰ ৰেড্ডীপালেম গাঁৱৰ বাসিন্দা, ১১ মে’ত তেওঁৰ বন্ধু গুৰু ছাই ৰেড্ডীৰ সৈতে হোষ্টেলৰ বাহিৰৰ পৰা অপহৃত হৈছিল। অভিযোগ অনুসৰি, তেওঁক শ্ৰীনিবাসপুৰমৰ এলিট পাৰ্ক হোটেলৰ ২০৯ নম্বৰ কোঠাত আবদ্ধ কৰি লাঠি, বেল্টেৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল আৰু প্ৰস্ৰাৱ খাবলৈ বাধ্য কৰা হৈছিল।

ছাত্ৰজনে দাবী কৰিছে যে তেওঁৰ দলিত পৰিচয়ৰ বাবেই তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল, আৰু আক্ৰমণকাৰীসকলে তেওঁৰ জাতিগত নাম ব্যৱহাৰ কৰি অপমান কৰিছিল। আৰক্ষীৰ তদন্তত অভিযুক্ত যশৱন্ত, কিৰণ, জগ্গা, ললিত, সাই গৌড়া, বংশী, ৰূপেশ আৰু কেইবাজনো অচিনাকি যুৱকৰ সন্ধান চলাইছে বুলি সদৰী কৰিছে।

Apply Now

ছাত্ৰজনে প্ৰথমে থানাত এজাহাৰ দাখিল কৰে, কিন্তু কৰ্তব্যৰত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ ছাত্ৰজনে ছ’চিয়েল মিডিয়াত নিজৰ অভিজ্ঞতাৰ এটা ভিডিঅ’ পোষ্ট কৰে, য’ত তেওঁ নিৰ্যাতনৰ বিৱৰণ দিয়ে আৰু দলিত হোৱাৰ বাবে তেওঁক টাৰ্গেট কৰা বুলি দাবী কৰে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত আৰক্ষীৰ তদন্ত তীব্ৰতৰ কৰে। জেমছৰ মতে, তেওঁক তিনি-চাৰিদিন আটক কৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰা হৈছিল, আৰু আক্ৰমণকাৰীসকলে অনুসূচিত জাতিৰ হোৱাৰ পিছতো এনে সাহস ক’ৰ পৰা আহিল? বুলি তেওঁৰ জাতিৰ বিৰুদ্ধে কটুক্তি কৰিছিল।

ৱাইএছআৰচিপিৰ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে ঘটনাটোক তীব্ৰ নিন্দা কৰি কয় যে ৰাজ্যৰ আইন-শৃংখলাৰপৰিস্থিতি অৱনতি ঘটিছে আৰু দলিতসকলৰ নিৰাপত্তা বিপন্ন হৈছে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। এইতিয়া আৰক্ষীৰ তদন্তৰ অগ্ৰগতিৰ ওপৰত সকলোৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd