• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওদালগুৰিত দুৰ্বৃত্তৰ দলে মৰিয়াই হত্যা কৰিলে ছাত্ৰক; সতীৰ্থ ছাত্ৰক সোধা-পোছাৰ বাবে আটক

চাজিদ খান by চাজিদ খান
September 19, 2018 11:41 am
Mrishank Basumotary

নিহত মৃচাংক বসুমতাৰী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টংলাত বন্ধুবৰ্গৰ সৈতে পৰীক্ষা শেষ হোৱাৰ আনন্দ উপভোগ কৰিবলৈ যোৱাৰ সময়ত এজন ছাত্ৰক দুৰ্বৃত্তৰ দলে মৰিয়াই হত্যা কৰাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে। ১৮ ছেপ্তেম্বৰৰ আবেলিৰ সময়ত ঘটা ঘটনাটোত নিহত ছাত্ৰজন মৃচাংক বসুমতাৰী বুলি জানিব পৰা গৈছে। ঘৰ টংলা চহৰৰ ৩ নম্বৰ ৱাৰ্ডত।

মৃচাংক মাক সুনীতা দাস বসুমতাৰীৰ ভাষ্য মতে, মৃচাংকই পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁৰ বন্ধুৰ সৈতে ফুৰিবলৈ টংলাৰ দাঁতিকাষৰীয়া এখন নদীৰ পাৰলৈ গৈছিল। তাতে তেওঁলোকৰ সৈতে আন কেইজন মানৰ কিবা কথাৰ কটাকটি হয়। তাৰ পিছতে ৭-৮জনীয়া দল এটাই তেওঁক আক্ৰমণ কৰে। সেই সময়ত মৃচাংকই মাকলৈ ফোন কৰি তেওঁক বচাবলৈ কাতৰ আহ্বান জনায়। মাক-দেউতাক ঘটনাস্থল পোৱাৰ সময়ত মৃচাংকক গুৰুতৰভাৱে আহত অৱস্থাত তাত পায়। তেওঁলোকে ততাতৈয়াকৈ মৃচাংকক টংলাস্থিত চিকিৎসালয়খনলৈ আনে আৰু চিকিৎসকে প্ৰাথমিক চিকিৎসা দি মঙলদৈ চিকিৎসালয়লৈ নিবলৈ পৰামৰ্শ দিয়ে।

কিন্তু চিকিৎসালয়খনত অক্সিজেন নথকাত আৰু এম্বুলেন্সো নথকাত অসুবিধাত পৰে অভিভাৱক দুজন। তেনেকৈয়ে মঙলদৈৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও বাটতে ছাত্ৰজনৰ মৃত্যু হয়। চিকিৎসালয়ৰ সূত্ৰই জনোৱামতে, অত্যধিক মগজুৰ ৰক্তক্ষৰণৰ ফলত ছাত্ৰজনৰ মৃত্যু হয়।

ঘটনাটো নিজ চকুৰে দেখা স্থানীয় লোকৰ মতে, ৭-৮ জনীয়া এটা দলে তেওঁলোকক বাঁহৰ লাঠীৰে প্ৰহাৰ কৰিছিল। মৃচাংকৰ বন্ধুকেইজনেও কিছু পৰিমাণে আঘাত পায়।

মৃচাংকৰ অভিভাৱকৰ এজাহাৰৰ ভিত্তিত টংলা আৰক্ষী থানাই ১৪৬/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। জানিব পৰামতে, মৃচাংকৰ দুজন বন্ধু ক্ৰমে শিৱ বড়ো (১৮) আৰু দীপাংকৰ দে’ (১৯)ক আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে।

আনহাতে মৃচাংকৰ ককায়েক মৃণ্ময় বসুমতাৰীয়ে ক্ষোভ প্ৰকাশ কৰিছে টংলাত উপযুক্ত চিকিৎসাসেৱা নথকা বাবে। তেওঁ কয় যে চিকিৎসালয়ত অক্সিজেনৰ চিলিণ্ডাৰ আৰু এম্বুলেন্স নথকা বাবেই ভায়েকক বচাব পৰা নগ’ল।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd