• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰীৰ শালীনতা হানিৰ চেষ্টা; অভিযুক্ত অধ্যাপকক নিলম্বনৰ দাবীত উত্তাল লিডু মহাবিদ্যালয়

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
April 19, 2022 8:43 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিডু মহাবিদ্যালয়ৰ অধ্যাপক প্ৰবিৰজ্যোতি বড়াই সোমবাৰে এগৰাকী ছাত্ৰীক ধেমালিৰ চলেৰে  শালীনতা হানিৰ চেষ্টা কৰাৰ খবৰ বিয়পি পৰা লগে লগে কয়লা নগৰী লিডুৰ উচ্চ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানখনত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু গৌৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বই অভিযুক্ত অধ্যাপকজনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

পৰিস্থিতি উত্তপ্ত হোৱাত মহাবিদ্যালখনত আৰক্ষী তথা অৰ্ধ সামৰিক বাহিনীৰ জোৱানক মোতোয়ন কৰিব লগা হয়।

লিডু মহাবিদ্যালয়ৰ ঐতিহ্যক কালিমা সনাৰ লগতে শিক্ষাগুৰুৱে ছাত্ৰীৰ শালীনতা হানিৰ বিৰুদ্ধে সৰৱ হৈ পৰা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ছাত্ৰ মুক্তি তথা গোৰ্খা ছাত্ৰ সন্থাই অধ্যাপকজনক তাৎক্ষণিকভাৱে নিলম্বনৰ দাবী উত্থাপন কৰি মহাবিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে।

লগতে পঢ়ক: চলিত মাহতেই অৱসৰ ল’ব নাৰাৱনে; দেশৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে

পুৱাৰ পৰা সন্ধিয়ালৈকে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত সেও মানি লিডু মহাবিদ্যলয়ৰ কৰ্তপক্ষই অধ্যাপক বড়াৰ বিৰুদ্ধে সম্পূৰ্ণ তদন্ত নোহোৱা পৰ্য্যন্ত নিলম্বিত কৰা সন্দৰ্ভত উৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে বুলি লিখিত ঘোষণা প্ৰদান কৰে যদিও ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত ক্ষেমা নোখোজা পৰ্য্যন্ত প্ৰতিবাদ অব্যাহত ৰখাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

অৱশেষত অভিযুক্ত প্ৰবিৰজ্যোতি বড়াই ছাত্ৰ-ছাত্ৰীৰ সন্মুখত ৰাজহুৱাভাবে ক্ষমা খোজাত পৰিস্থিতি কিছু পৰিমাণে শান্ত হয় যদিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ ঘটনাৰ পুংখানুপুংখভাবে তদন্ত কৰি ছাত্ৰী গৰাকীক ন্যায় দিয়াৰ লগতে অভিযুক্ত বড়াৰ বিৰুদ্ধে যদি দোষ প্ৰমাণ হয় তেন্তে লিডু মহাবিদ্যালয়ৰ পৰা সম্পূৰ্ণ নিলম্বন কৰাৰ দাবী জনায়।তেওঁলোকে ভুক্তভোগী ছাত্ৰী গৰাকী ন্যায় বিচাৰি মাৰ্ঘেৰিটা আৰক্ষীৰ ওচৰত এখন এজাহাৰো দাখিল কৰে।

আনহাতে, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি পাপু দত্তই সমগ্ৰ বিষয়টো দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে লিডু মহাবিদ্যালয়ৰ গৰিমাত কালিমা সানিবলৈ চেষ্টা কৰা এনে ঘটনাৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী জনায়।

লগতে পঢ়ক: ওদালগুৰিৰ টংলাত ভয়াৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত মহিলা

তেওঁ লগতে লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ তথা পৰিচালন সমিতিখনে অধ্যাপকজনৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ বিৰুদ্ধে কিয় তৎক্ষণাত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। সমগ্ৰ ঘটনাই লিডু অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd