• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোন সঁচা কোন মিছা? কটন হোষ্টেলৰ অৰাজক পৰিস্থিতিৰ বাবে দায়ী কোন?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
January 6, 2022 7:27 pm
WhatsApp Image 2022-01-06 at 7.07.41 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কটনৰ MNDP আৰু  SNBC হোষ্টেলত অৰাজক পৰিৱেশ। শিক্ষা প্ৰতিষ্ঠানৰ হোষ্টেল নহয় যেন এক নতুন কুৰুক্ষেত্ৰ বা সীমান্তৰ দুই ফৈদৰ মাজৰ সংঘাতহে।

নিৰ্বাচনী ফলাফলৰ পাছতে কটন হোষ্টেলৰ এই পৰিস্থিতি। অভিযোগ-প্ৰতি অভিযোগত জৰ্জৰিত MNDP আৰু SNBC হোষ্টেলৰ আৱাসী।

কটনৰ MNDP হোষ্টেল আৰু SNBC হোষ্টেলৰ মাজৰ সংঘাতে লোৱা চৰম পৰ্য্যায়ৰ ভয়ংকৰ পৰিণতি দেখি স্তম্ভিত হৈ পৰিছে শৈক্ষিক মহল।

মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাসত সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাৱাসৰ কোনো ছাত্ৰই তেতিয়াও নিশাৰ আহাৰ গ্ৰহণ কৰি আছিল।

তেনেতে অভিযোগ অনুসৰি SNBC ৰ উদণ্ড ছাত্ৰই হোষ্টেলৰ ৰন্ধনশাল আৰু খোৱাস্থানত আহি ভাত-দালি ভাজি নষ্ট কৰাৰ লগতে আচবাবসমূহো ভাঙি পেলায়। আনকি শিলগুটি ইটা নিক্ষেপ কৰাৰো অভিযোগ উত্থাপিত হৈছে।

Also Read: মৰ্মান্তিক! কৃষ্ণাইত শাহুৱেকৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতে জোৱায়েকৰ সলিল সমাধি

যাৰ ফলত কেইবাজনো ছাত্ৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। আনকি কেইবাজনেও মূৰত আঘাত পোৱাৰ লগতে এজন ছাত্ৰৰ ৭ টাকৈ দাঁত ভাঙি পৰে।

ইফালে, নিশাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কটনৰ চৌহদত। আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া অৱস্থাও হ’ল।

প্ৰশ্ন হৈছে , কোনে নেতৃত্ব লৈছিল MNDP হোষ্টেলত চলোৱা আক্ৰমণত?

MNDP ৰ ছাত্ৰৰ অভিযোগ অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা আৰু SNBC হোষ্টেলৰ মনিটৰ গুণীণ পেগুৰ নেতৃত্বতে চলিছিল এই হোষ্টেল আক্ৰমণৰ ঘটনা।

Also Read: প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তা ভংগৰ তদন্ত বিচাৰি কৰা আবেদন শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

আনকি MNDP ৰ ছাত্ৰই মনে মনে সংগ্ৰহ কৰা ভিডিঅ’ত গুণীণ পেগু স্পষ্টকৈ আক্ৰমণৰ সৈতে জৰিত বুলি প্ৰমাণিত হৈছে বুলি দাবী কৰে।

আৰক্ষীয়েও পক্ষপাতমূলকভাৱে SNBCক নিৰাপত্তা দিয়াৰ অভিযোগ MNDP ছাত্ৰাৱাসৰ ছাত্ৰৰ।

অভিযোগ অনুসৰি কটনৰ হোষ্টেলৰ বাহিৰৰ ছাত্ৰই প্ৰৱেশ কৰি আক্ৰমণ চলাইছিল MNDP হোষ্টেলত।

অভিযোগ প্ৰতি অভিযোগত জৰ্জৰিত শিক্ষা প্ৰতিষ্ঠানৰ হোষ্টেলৰ এটা ফৈদৰ অভিযোগ আছিল সেয়া। আনহাতে, MNDP হোষ্টেলৰ এই অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে SNBCহোষ্টেলৰ ছাত্ৰই।

MNDP হোষ্টেলৰ ফালৰ পৰাহে প্ৰথমে চাদৰ ওপৰৰ পৰা আক্ৰমণ চলাইছিল SNBC হোষ্টেলত।

Also Read:ইটালীৰ পৰা আহি অমৃতসৰত নমা বিমানৰ ১২৫গৰাকী যাত্ৰীৰ দেহত ধৰা পৰিল কৰ’না পজিটিভ

অভিযোগ অনুসৰি MNDP ৰ একাংশ উদণ্ড ছাত্ৰই চাদৰ ওপৰৰ পৰা প্ৰথমে শিলগুটি, ইটা, সুৰাৰ বটল দলিয়াইছিল। ইয়াৰোপৰি, SNBC হোষ্টেলৰ ১ নং কোঠাত একাংশ MNDP ৰ ছাত্ৰই প্ৰৱেশ কৰি কোঠাৰ খিৰিকিৰ গ্লাছ ভঙাৰ লগতে কোঠাৰ কাপোৰো লণ্ড-ভণ্ড কৰে বুলি অভিযোগ SNBC ছাত্ৰাৱাসৰ ছাত্ৰৰ।

আনকি গুণীণ পেগু আৰু ত্ৰিনয়ন বৰুৱাৰ নেতৃত্বত এই আক্ৰমণ হোৱা নাছিল বুলিও দাবী SNBC ৰ ছাত্ৰৰ।

ইপিনে, MNDP হোষ্টেলৰ আৱাসী ছাত্ৰই পানবজাৰ থানাত আক্ৰমণৰ সৈতে জৰিত SNBCৰ একাংশ ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ইয়াৰ এক উচিত তদন্ত দাবী কৰে।

নিৰ্বাচন আহে নিৰ্বাচন যায় কোনোৱে যদি জয়ৰ মুখ দেখে আন কোনো আকৌ পৰাজিত হয়। এয়া স্বাভাৱিক কথা।

Also Read:ৰাজ্যত কোভিড-১৯ৰ ৰঙা চকু! আজি সন্ধিয়া পৰ্যালোচনা বৈঠকৰ পাছতে আহিব নতুন নিৰ্দেশনা

কিন্তু নিৰ্বাচনী ফলাফলৰ পাছতে কটনৰ গৰিমাত কালিমা সানি এনে ছাত্ৰ সংঘাত হ’লে নিশ্চয়কৈ ই কেতিয়াও গ্ৰহণযোগ্য নহয়। দুই-এক সৰু-সুৰা সংঘাত পূৰ্বেও হৈছিল যদিও কটনৰ ঐতিহ্যত এনে ঘটনা বিৰল।

ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত কটন মহাবিদ্যালয়ে বিশ্ববিদ্যালয়লৈ উন্নীত হ’ল যদিও শেহতীয়াকৈ সংঘটিত এনেধৰণৰ ঘটনাই স্তম্ভিত কৰি তুলিছে শৈক্ষিক মহলৰ লগতে ৰাজ্যবাসীক।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd