• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মন্ত্ৰী কেশৱ মহন্ত আৰু সাংসদ তপন গগৈৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 5, 2019 2:25 pm
IMG-20190905-WA0003

ফটো : নৰ্থ-ইষ্ট নাও

975
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে শিৱসাগৰৰ দিচাংমুখৰ গৰাখহনীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰিবলৈ যোৱা অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সন্মুখীন হয়।

পৰিদৰ্শনৰ সময়ত স্থানীয় চিতলডুবি প্ৰাথমিক বিদ্যালয় আৰু অফলা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে হাতত প্লে কাৰ্ড লৈ আমাৰ শিক্ষানুষ্ঠান ৰক্ষা কৰি আমাৰ ভৱিষ্যত ৰক্ষা কৰক, গৰাখহনীয়া ৰোধ কৰক, আদি শ্ল’গান দি খহনীয়া ৰোধৰ স্থায়ী সমাধান কৰিবলৈ মন্ত্ৰীৰ লগতে সাংসদ গৰাকীক আহ্বান জনায়।

অঞ্চলটোৰ শতাধিক ৰাইজ, তিনিখন গাঁৱৰ উন্নয়ন সমিতি আৰু শিৱসাগৰ জিলা টি এম পি কেই গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাংসদ-মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে বৃহত্তৰ দিচাংমুখ অঞ্চলৰ অফলা, চৰাইপৰা, মামল গড়ভঙা আদি অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে।

এইবাৰ বানপানীৰ পাছত ব্ৰহ্মপুত্ৰ নদীয়ে শ-শ হেক্টৰ মাটি খহাই নিয়াৰ ফলত উক্ত অঞ্চলৰ ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি হৈছিল।

সংবাদ মাধ্যমত এই খবৰ লাভ কৰি বুধবাৰে সাংসদ তপন কুমাৰ গগৈ আৰু মন্ত্ৰী কেশৱ মহন্ত, জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়া সকলে খহনীয়া অঞ্চল সমূহ নাৱেৰে পৰিদৰ্শন কৰে।

ইফালে সাংসদ তপন গগৈ আৰু মন্ত্ৰী কেশৱ মহন্তই কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে এই দৰে প্ৰতিবাদ কৰা দেখি দুখ প্ৰকাশ কৰিছে আৰু চলিত বৰ্ষতেই আঁচনি প্ৰস্তুত কৰি খহনীয়া ৰোধৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

গৰাখহনীয়া পৰিদৰ্শনৰ সময়ত কেশৱ মহন্ত, তপন গগৈৰ উপৰি বিধায়ক কুশল দুৱৰী, যোগেন মহন, জিলা উপায়ুক্ত ডাঃ এচ লক্ষ্মণন আৰু জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

Recent News

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd