• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মগজুৰ জটিল ৰোগত আক্ৰান্ত চামগুৰিৰ এগৰাকী কণমানি; স্বাস্থ্য মন্ত্ৰীৰ লগতে অসমবাসীৰ সহায় আহ্বান

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
March 6, 2020 2:42 pm
Samaguri story

মগজুৰ জটিল ৰোগত আক্ৰান্ত ছাত্ৰী গৰাকী

18.8k
VIEWS
Share on FacebookShare on Twitter

পখিলা খেদা বয়সৰ এজনী কণমানিৰ চকুৰ সন্মুখত ক্ৰমশঃ ধূসৰহৈ পৰিছে চৌপাশৰ ৰঙীণ পৃথিৱীখন। কণমানি জনীৰ তিৰবিৰাই থকা চকু হালৰ বাওঁ চকুটো এতিয়া বিকলহৈ যোৱাৰ উপক্ৰম ঘটিছে। অতি কম বয়সতে জীৱনলৈ চৰম বিপত্তি নামি অহা কণমানি জনীৰ ঘৰ চামগুৰিৰ পদুমণিত।

কৃস্তি দেৱী নামৰ কণমানি জনী পুৰণিগুদাম শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী।

কিন্তু চলিত বছৰত বিদ্যালয়ৰ পদুলি গছকিবলৈও অপাৰগ হৈ পৰিছে মেধাৱী ছাত্ৰী কৃস্তিয়ে। মগজুৰ এটি জটিল ৰোগত আক্ৰান্ত হৈছে কৃস্তি। যাৰ বাবে এতিয়া চৰম ধুমুহা নামি আহিছে তাইৰ জীৱনলৈ লগতে তাইৰ দৰিদ্ৰ পৰিয়ালটোলৈ।

কেইমাহমান পূৰ্বৰে পৰা কৃস্তিয়ে সন্মুখীন হৈ অহা এটা বিশেষ স্বাস্থ্যজনিত অসুবিধাৰ বিষয়ে পৰিয়ালৰ লোকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাত তাই জটিল ৰোগত আক্ৰান্ত হোৱাৰ কথা জানিবলৈ পাৰে।

কৃস্তিক আৰোগ্য কৰি তোলাৰ বাবে অতি শীঘ্ৰে এটি জটিল অস্ত্ৰোপচাৰ কৰাৰ বাবে চিকিৎসকে পৰামৰ্শ প্ৰদান কৰে যদিও দৰিদ্ৰ পৰিয়ালটোৰ বাবে সেই চিকিৎসা ব্যয় বহন কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।

চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যয় যথা সময়ত যুগুত কৰিব নোৱাৰি এতিয়া চৰম বিপাঙত পৰিছে দৰিদ্ৰ পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্য।

দুৰ্ভগীয়া পৰিয়ালটোৱে উপায়হীন হৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসী ৰাইজক হাতজোৰ কৰি সহায় ভিক্ষা মাগিছে।

উল্লেখযোগ্য যে, ৰোগ আক্ৰান্ত কণমানি কৃস্তিৰ মাতৃ অনিমা দেৱীৰ নামত থকা নগাঁও চহৰৰ ইউ.বি.আই-ৰ শাখাত থকা ০০৩১০১৩০৯৭৫৪৮ নম্বৰ একাউণ্টত ইচ্ছুক সদাশয় ব্যক্তিয়ে পাৰ্য্যমানে আৰ্থিক সাহায্য প্ৰদান কৰি কণমানি জনীক জীৱন দান কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ অনুৰোধ জনাইছে মাতৃৰ লগতে পদুমণিৰ স্থানীয় ৰাইজে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd