• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পৃথিৱী; গুচি যাব পাৰে আন সৌৰজগতলৈ, কিয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2025 11:48 am
613
VIEWS
Share on FacebookShare on Twitter

প্ৰতিটো গ্ৰহ নিজস্ব কক্ষপথত ঘূৰি থাকে। সেই তালিকাত বহু নাম আছে। কিন্তু এইবাৰ এক আচৰিত তথ্যই সকলোকে স্তম্ভিত কৰি তুলিছে। বিজ্ঞানীসকলে ভাবে যে পৃথিৱীয়ে নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পাৰে।

বিজ্ঞানীসকলে ভাবে যে পৃথিৱীয়ে নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পাৰে। সূৰ্য্যই হয়তো ইয়াক এই সৌৰজগতৰ পৰাই আঁতৰাই দিব পাৰে। বিভিন্ন সময়ত বিভিন্ন গ্ৰহাণু পৃথিৱীৰ কাষেৰে যি হাৰত গতি কৰিছে, তাৰ ফলত পৃথিৱীৰ গতিত সামান্য হ’লেও ব্যাঘাত জন্মিছে। ফলত পৃথিৱীখন আনকি নিজৰ কক্ষপথৰ পৰাও আঁতৰি যাব পাৰে।

গৱেষণাৰ পৰা এইটোও কোৱা হৈছে যে সৌৰজগতৰ বাহিৰত আৰু সৌৰজগত আছে। সূৰ্যৰ দৰে গ্ৰহ এটাই যদি তাৰ পৰা আকৰ্ষণ বৃদ্ধি কৰে তেন্তে পৃথিৱীত ইয়াৰ প্ৰভাৱ সৰ্বাধিক হ’ব। এই সূৰ্য্য আমাৰ সূৰ্য্যতকৈ ১০ হাজাৰ গুণ ডাঙৰ। ফলত ইয়াৰ আকৰ্ষণ বহুত বেছি হ’ব।

সমস্ত সৌৰজগতৰ ভিতৰত পৃথিৱীতে জীৱ আছে। সেয়ে ইয়াৰ পৰিৱেশ আন সকলোতকৈ পৃথক। এইটোৱেই হ’ব পাৰে সেই সূৰ্য্যই পৃথিৱীখনক নিজৰ ফালে টানিব পৰাৰ মূল কাৰণ।

শেহতীয়া বছৰবোৰত বহুতো গ্ৰহাণু পৃথিৱীৰ কাষেৰে পাৰ হৈ গৈছে। কিন্তু সেইবোৰে পৃথিৱীত খুন্দা মৰা নাই। এই ঘটনা সৰু কথা নহয়। সৌৰজগতত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব। য’ত সৌৰজগতৰ বাকী গ্ৰহবোৰ গ্ৰহাণুৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়, পৃথিৱীৰ ক্ষেত্ৰত এনে নহয়। কিন্তু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৃথিৱীৰ কক্ষপথত পৰিছে।

সূৰ্য্যই প্ৰথমে বুধক নিজৰ ফালে টানি নিব। তাৰপিছত এটা এটাকৈ বাকীবোৰৰ সময় আহিব। কিন্তু তাৰ আগতে পৃথিৱীখন হয়তো নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পাৰে। মহাকাশত হেৰাই যাব পাৰে। আন এটা সূৰ্য্যৰ ঘৰত ই হ’ব পাৰে নতুন আলহী।

Recent News

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd