• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2025 11:19 am
উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ ৰুক্ষ আৰু কঠিন মৰুভূমিত সিহঁতে মুক্তভাৱে ঘূৰি ফুৰে। ইহঁতৰ সহনশীলতা, চলাফুৰা আৰু জীয়াই থকাৰ ক্ষমতাই বিজ্ঞানীসকলক বাৰে বাৰে আপ্লুত কৰি আহিছে। উটক মৰুভূমিৰ জাহাজ বুলিও কোৱা হয়। এই প্ৰাণীৰ বিষয়ে এক অধ্যয়নত আশ্চৰ্যজনক তথ্য পোহৰলৈ আহিছে। গৱেষকসকলে দাবী কৰিছে যে উটৰ এটোপাল চকুলোৰে ২৬টা বিষাক্ত সাপৰ বিষ নিষ্ক্ৰিয় কৰা সম্ভৱ।

বিকানেৰৰ নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন কেমেল (এন আৰ চি চি)ৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে উটৰ চকুলো আৰু ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা পোৱা এন্টিব’ডিসমূহ সাপৰ বিষৰ বিৰুদ্ধে যুঁজত ব্যৱহাৰ কৰিব পৰা যাব পাৰে। এই আৱিষ্কাৰে সৰ্প দংশনৰ উন্নত চিকিৎসাৰ বাবে এক নতুন দিশ মুকলি কৰিব পাৰে।

এন আৰ চি চিৰ গৱেষকসকলে ধাৰাবাহিক পৰীক্ষা চলাইছিল য’ত তেওঁলোকে উটৰ শৰীৰত এটা অতি বিষাক্ত সাপৰ বিষ সুমুৱাই দিছিল। এই অধ্যয়নত দেখা গৈছে যে উটৰ তেজৰ ছিৰাম আৰু চকুলোৰ পৰা পোৱা এন্টিব’ডিয়ে বিষৰ প্ৰভাৱ নিষ্ক্ৰিয় কৰিবলৈ সক্ষম।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ৰক্তক্ষৰণ আৰু তেজ জমা হোৱাৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাইছিল। উটৰ পৰা আহৰণ কৰা এন্টিব’ডিবোৰৰ এলাৰ্জিৰ প্ৰতিক্ৰিয়াও কম আছিল আৰু ঘোঁৰাৰ ইমিউন’গ্ল’বিউলিন (IgG)ৰ পৰা তৈয়াৰী এন্টিভেনমতকৈও অধিক শক্তিশালী আছিল।

সৰ্প দংশনৰ বাবে ভাৰতে এক ভয়াৱহ সংকটৰ সন্মুখীন হৈছে, য’ত প্ৰতি বছৰে প্ৰায় ৫৮ হাজাৰ লোকৰ মৃত্যু হয় আৰু আন ১ লাখ ৪০ হাজাৰ লোক অক্ষম হৈ পৰে – যিটো বিশ্বৰ ভিতৰতে সৰ্বাধিক। এন আৰ চি চিৰ উটৰ পৰা প্ৰস্তুত কৰা এন্টিব’ডিসমূহক কম খৰচী, নিৰাপদ আৰু সহজে তৈয়াৰ কৰিব পৰা চিকিৎসাৰ দিশে নিৰ্দেশিত কৰিব পাৰে। ইয়াৰ ফলত গ্ৰাম্য অঞ্চলৰ ৰোগীসকলে সৰ্প দংশনৰ সময়মতে চিকিৎসা লাভ কৰিব।

সেয়া কাৰ্যকৰী হ’লে বিকানেৰ, জয়ছালমেৰ আৰু যোধপুৰৰ দৰে অঞ্চলৰ উট পালনকাৰী গোষ্ঠীৰ অৰ্থনৈতিক চিত্ৰপট সলনি হৈ যাব পাৰে। স্থানীয় কৃষকৰ পৰা দ্ৰুত আৰু নিৰাপদে উটৰ চকুলো আৰু তেজৰ নমুনা সংগ্ৰহ কৰিবলৈ এন আৰ চি চিয়ে বিপুল পৰিমাণৰ ধন আগবঢ়াইছে।

সূত্ৰ অনুসৰি ভাৰতীয় ছিৰাম ইনষ্টিটিউট আৰু অন্যান্য ব্যক্তিগত ঔষধ কোম্পানীয়ে উটৰ এন্টিব’ডিক কেন্দ্ৰ কৰি ব্যৱসায়িক মডেল প্ৰস্তুত কৰি আছে। অনুমান কৰা হৈছে যে কৃষকসকলে প্ৰতিটো উটৰ পৰা প্ৰতি মাহে ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকা অতিৰিক্ত উপাৰ্জন কৰিব পাৰিব। এয়া কৃষকৰ বাবে এটি নতুন উপাৰ্জনৰ উৎস হ’বলৈ গৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

August 26, 2025 7:55 pm
কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

August 26, 2025 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd