• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিনেত্ৰী জেকলিনৰ সৈতে জড়িত সুকেশ; কেৱল কৰ হিচাপে দিব বিচাৰে ৭৬৪০ কোটি টকা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2025 11:02 am
107
VIEWS
Share on FacebookShare on Twitter

আৰ্থিক কেলেংকাৰীত জড়িত ব্যৱসায়ী সুকেশ চন্দ্ৰশেখৰৰ সৈতে অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ সম্পৰ্ক চৰ্চিত। যোৱা ডিচেম্বৰ মাহত তেওঁ জেকলিনক এখন আঙুৰৰ বাগিচা উপহাৰ দিছিল। সেই সুকেশে কেতিয়াবা অভিনেত্ৰীগৰাকীক প্ৰমোদ তৰী, কেতিয়াবা পাৰস্যৰ মেকুৰী উপহাৰ দিছে।

সেই সুকেশ আকৌ এবাৰ খবৰৰ শিৰোণামত। এইবাৰ তেওঁ চিঠি লিখিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ। কি আছে সেই চিঠিখনত?

সুকেশে জনাইছে যে লছ এঞ্জেলছ হোল্ডিংছ ইণ্টাৰনেশ্যনেল, নেভাদাত পঞ্জীয়নভুক্ত স্পীড গেমিং কৰ্প’ৰেশ্যন  অনলাইন বেটিং ব্যৱসায়ৰ সৈতে জড়িত। সেই ব্যৱসায়টো ২০১৬ চনৰ পৰাই চলি আছে। ২০২৪ চনত সেই কোম্পানীসমূহৰ টাৰ্ণঅভাৰ ২.৭০ বিলিয়ন ডলাৰ।

আমেৰিকা, স্পেইন, ব্ৰিটেইন, ডুবাই, হংকঙত তেওঁৰ ব্যৱসায় আছে। তেওঁ ভাৰতৰ ওচৰত থকা সকলো আয়কৰ নিষ্পত্তি কৰিব বিচাৰে। তেওঁ ২০২৪ চনত উপাৰ্জন কৰা আয়ৰ ওপৰত কৰ হিচাপে ভাৰত চৰকাৰক ৭৬৪০ কোটি টকা দিব বিচাৰিছে। তেওঁ ভাৰতত অনলাইন স্কিল গেমিং ব্যৱসায় আৰু প্ৰযুক্তিবিদ্যাত বিনিয়োগ কৰিব বিচাৰে।

চৰকাৰী বিষয়াৰ ৰূপ লৈ প্ৰৱঞ্চনাকে ধৰি বিভিন্ন উপায়েৰে কোটি কোটি টকা আত্মসাৎ কৰিছিল সুকেশে। ইয়াৰ বাবে ২০১৫ চনত দিল্লী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ প্ৰৱঞ্চনাৰ বলি হৈছে দেশৰ কেইবাজনো প্ৰভাৱশালী ব্যৱসায়ী তথা ব্যক্তি। তেওঁৰ বিৰুদ্ধে আছে ২০০ কোটি টকাৰ হাৱালা লেনদেনৰ অভিযোগ।

Recent News

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd