• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিবাহ বিচ্ছেদ! ভৰণ-পোষণৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ ৮টা বিষয় মনত ৰখা উচিত: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 12, 2024 11:31 am
বিবাহ বিচ্ছেদ! ভৰণ-পোষণৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ ৮টা বিষয় মনত ৰখা উচিত: উচ্চতম ন্যায়ালয়
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংগালুৰুৰ অভিযন্তা অতুল সুভাষৰ আত্মহত্যাই কঁপাই তুলিছে দেশ। মৃত্যুৰ পূৰ্বে তেওঁ অভিযোগ কৰিছিল যে কেনেকৈ তেওঁৰ পত্নীয়ে তেওঁক বাৰে বাৰে মিছা গোচৰত ফচাই ধন দাবী কৰিছিল। ইফালে এই ঘটনাৰ মাজতে উচ্চতম ন্যায়ালয়ত আন এক বিবাহ বিচ্ছেদ গোচৰৰ শুনানি চলি আছিল। সেই শুনানিত উচ্চতম ন্যায়ালয়ে ভৰণ-পোষণ দিয়াৰৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে ৮টা বিষয় মনত ৰাখিবলৈ পৰামৰ্শ দিছে।

প্ৰবীণ কুমাৰ জৈন আৰু তেওঁৰ পত্নী অঞ্জুৰৰ বিবাহ বিচ্ছেদ গোচৰত উচ্চতম ন্যায়ালয়ে প্ৰবীণক ভৰণ-পোষণৰ বাবদ ৫ কোটি টকা দিবলৈ নিৰ্দেশ দিছে। অৱশ্যে ইয়াৰ উপৰিও ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ প্ৰসন্ন ভি ভাৰালৰ বিভাগীয় বিচাৰপীঠে ভৰণ-পোষণৰ মূল্য নিৰ্ণয় কৰাৰ সময়ত ৮টা বিষয় মনত ৰাখিবলৈ দেশৰ সকলো উচ্চ ন্যায়ালয়ক পৰামৰ্শ দিছে।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে কোন ৮টা বিষয় মনত ৰখা উচিত-

১. স্বামী-স্ত্ৰীৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থা কি

২. পত্নী আৰু সন্তানৰ ভৱিষ্যতৰ বাবে মূল কি বস্তু অতি প্ৰয়োজনীয়

৩. দুয়োজনৰে শৈক্ষিক অৰ্হতা আৰু চাকৰিৰ অৱস্থা কি

৪. ‘আয়ৰ উৎস’ আৰু সম্পত্তিৰ পৰিমাণ

৫. শহুৰৰ ঘৰত পত্নীৰ জীৱন-যাপনৰ মানদণ্ড কেনেকুৱা

৬. পৰিয়াল চোৱাচিতা কৰিবলৈ পত্নীয়ে চাকৰি এৰিছে নেকি

৭. উপাৰ্জন নকৰা পত্নীৰ আইনী গোচৰৰ যুঁজ দিয়াত কিমান টকা খৰছ  হৈছে

৮. পত্নীৰ ভৰণ-পোষণকে ধৰি অন্যান্য দায়িত্ব লোৱাৰ পিছত স্বামীৰ আৰ্থিক অৱস্থা কেনেকুৱা হ’ব।

উচ্চতম ন্যায়ালয়ে এই বিষয়সমূহ উল্লেখ কৰা গোচৰটোৰ প্ৰবীণ কুমাৰ জৈন আৰু অঞ্জু বিবাহৰ পিছত ৬ বছৰ একেলগে আছিল। তাৰ পিছত প্ৰায় ২০ বছৰ ধৰি পৃথক হৈ থাকে। প্ৰবীণে অভিযোগ কৰে যে অঞ্জুৱে তেওঁৰ পৰিয়ালক বেলেগ চকুৰে চাইছিল আৰু কোনো গুৰুত্ব নিদিছিল। আনহাতে অঞ্জুৱে দাবী কৰে যে তেওঁৰ প্ৰতি প্ৰবীণৰ আচৰণ ভাল নাছিল। বহুদিন একেলগে নথকাৰ বাবে তেওঁলোকৰ মাজত যে স্বামী-স্ত্ৰীৰ সম্পৰ্ক আছিল, সেইটোৱে তেওঁলোকে পাহৰি গৈছে।

উচ্চতম ন্যায়ালয়ে অনুভৱ কৰে যে ২০ বছৰ ধৰি পৃথক হৈ থকাৰ বাবে স্বামী-স্ত্ৰীৰ এই সম্পৰ্কৰ কোনো ভিত্তি নাই। সেয়ে, উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ বিবাহ বিচ্ছেদত অনুমোদন জনায়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

August 15, 2025 7:31 pm
পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

পাৰ হৈ গ’ল ধেমাজীৰ বোমা বিস্ফোৰণৰ দুটা দশক : আজিও অসমবাসীয়ে পাহৰা নাই সেই অভিশপ্ত ১৫ আগষ্ট

August 15, 2025 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd