• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সন্দৰ্ভত প্ৰকাশিত বাতৰিত অসন্তুষ্ট উচ্চতম ন্যায়ালয়: সুক্ষ্মভাৱে পৰীক্ষণৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2019 5:30 pm
supreme-court_of_India-750x375-1-1140x570-1024x512-1
1k
VIEWS
Share on FacebookShare on Twitter

অসমত নাগৰিকপঞ্জীৰ তালিকা প্ৰস্তুতৰ কামত নিয়োজিত বিষয়াসকলে অহা ৩১ তাৰিখে প্ৰকাশ পাবলগীয়া চূড়ান্ত তালিকাৰ সময়সীমাক অধিক গুৰুত্ব দি খৰধৰ কৰাৰ পৰিৱৰ্তে সম্পূৰ্ণ শুদ্ধভাৱে বিষয়টো পৰীক্ষণ কৰাৰ বাবে আজি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে।

‘’সংবাদ মাধ্যমত কিছুমান উদ্বেগজনক বাতৰি প্ৰকাশ পাইছে। সংবাদম মাধ্যম সদায় ভুল নহয়। বাতৰিত প্ৰকাশ পাইছে কেনেকৈ অভিযোগসমূহ মোকাবিলা কৰা হৈছে। আপত্তিৰ শুনানি এক সঠিক ধৰণে কৰিব লাগিব,’’- উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে আজি এইদৰে কয়।

উল্লেখযোগ্য যে সেনাবাহিনীত ৩০ বছৰ ধৰি চাকৰি কৰা এগৰাকী অৱসৰপ্ৰাপ্ত সৈনিকক ৰাজ্যৰ আৰক্ষীয়ে বিদেশী বুলি ঘোষণা কৰা বাতৰি প্ৰকাশ হোৱাৰ এদিন পাছতে উচ্চতম ন্যায়ালয়ে এন আৰ চিত নিয়োজিত বিষয়াসকলক এইদৰে সকীয়াই দিছে।

সৰ্বোচ্চ ন্যায়ালয়খনে কয় যে এনআৰচিৰ প্ৰস্তুতকৰণত নথি পৰীক্ষণৰ কামত নিয়োজিত বিষয়াসকল ‘নিকা’ হোৱা উচিত আৰু ‘স্বচ্ছ শুনানি হ্ৰস্ব কৰা’ উচিত নহয়।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয়,’’ চূড়ান্ত এন আৰ চি তালিকা প্ৰকাশৰ বাবে সময়সীমা (৩১ জুলাইলৈ)লৈ দিন চমু চাপি অহাৰ মানে এইটো নহয় যে সমগ্ৰ প্ৰক্ৰিয়াটো কাটি হ্ৰাস কৰা হ’ব। সংবাদ মাধ্যমৰ বাতৰি যদি বিশ্বাস কৰা হয়, প্ৰক্ৰিয়াটো সঠিকভাৱে কৰা হোৱা নাই।‘’

উল্লেখযোগ্য যে  সেনাবাহিনীত ২০১৭ চনলৈকে এগৰাকী চুবেদাৰ হিচাপে  সেৱা আগবঢ়োৱা মহম্মদ সোনাউল্লাহ (৫৩)ক বুধবাৰে গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেন্দ্ৰ লৈ প্ৰেৰণ কৰা হয়। তেওঁ মণিপুৰ তথা জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিছিল।

আনহাতে, ২০১৭ চনত অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ  বিশেষভাৱে অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ বিষয় চোৱা চিতা কৰা অসম সীমান্ত আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শক হিচাপে  কাম কৰি আছিল। তাৎপৰ্যপূৰ্ণভাৱে, সেই বিভাগটোৱে এতিয়া তেওঁক এগৰাকী অবৈধ নাগৰিক হিচাপে অভিযুক্ত কৰিছে।

Recent News

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd