• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লিংগ নহয়, যোগ্যতাই হ’ব নিযুক্তিৰ মাপকাঠি! সেনাৰ ন্যায়াধীশ এডভোকেট জেনেৰেল নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2025 2:07 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

51
VIEWS
Share on FacebookShare on Twitter

ন্যায়াধীশ এডভোকেট জেনেৰেল (জেএজি) শাখাত নিযুক্তি দিয়া মহিলা বিষয়াৰ সংখ্যা সীমিত কৰি ৰখা ভাৰতীয় সেনাৰ নীতিক বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে। আদালতে ৰায় দিয়ে যে পুৰুষৰ বাবে অধিক পদ সংৰক্ষণ কৰা আৰু মহিলাৰ নিযুক্তিত বাধা আৰোপ কৰাটোৱে সাংবিধানৰ সমতাৰ অধিকাৰ্ক খৰ্ব কৰিছে। উচ্চ্তম ন্যায়ালয়ৰ ৰায়ত কোৱা হৈছে যে লিংগ নহয়, যোগ্যতাৰ ভিত্তিত নিৰ্বাচনৰ সিদ্ধান্ত ল’ব লাগে, কিয়নো জেএজি শাখাত পুৰুষ আৰু মহিলা উভয়ে একে নিৰ্বাচন আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হয়।

ন্যায়াধীশ দিপাংকৰ দত্ত আৰু মনমোহনৰ বিচাৰপীঠে উল্লেখ কৰিছে যে সেনাই নীতি বা প্ৰশাসনিক নিৰ্দেশনা ব্যৱহাৰ কৰি পুৰুষৰ বাবে পদ সংৰক্ষণ কৰিব নোৱাৰে। ন্যায়াধীশসকলে আঙুলিয়াই দিয়ে যে ১৯৫০ চনৰ সেনা আইন অনুসৰি মহিলাসকলক জে এ জিৰ দৰে শাখাত সেৱা আগবঢ়োৱাৰ অনুমতি দিয়া হৈছে, যাৰ মূল ভূমিকা হৈছে সেনাবাহিনীক আইনী পৰামৰ্শ প্ৰদান কৰা। মহিলাসকলক মাত্ৰ তিনিটা খালী পদৰ প্ৰস্তাৱ দিয়াৰ বিপৰীতে পুৰুষক দুগুণ পদ দিয়া এক অধিসূচনাক আদালতে বৈষম্যমূলক বুলি বিবেচনা কৰিছে।

আদালতে কেন্দ্ৰীয় চৰকাৰক জে এ জিৰ খালী পদৰ ৫০% মহিলাৰ বাবে আবণ্টন দিবলৈ নিৰ্দেশ দি কয় যে এটা জাতিৰ নিৰাপত্তা কেৱল আধা জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে। ইয়াত স্পষ্ট কৰি দিয়া হৈছিল যে নিযুক্তিৰ সকলো দিশতে সুযোগৰ সমতা বজাই ৰাখিব লাগিব।

Recent News

নৱম শ্ৰেণীৰ পৰাই কিতাপ খুলি পৰীক্ষা দিব পাৰিব চিবিএছইৰ শিক্ষাৰ্থীসকলে

নৱম শ্ৰেণীৰ পৰাই কিতাপ খুলি পৰীক্ষা দিব পাৰিব চিবিএছইৰ শিক্ষাৰ্থীসকলে

লিংগ নহয়, যোগ্যতাই হ’ব নিযুক্তিৰ মাপকাঠি! সেনাৰ ন্যায়াধীশ এডভোকেট জেনেৰেল নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়  

লিংগ নহয়, যোগ্যতাই হ’ব নিযুক্তিৰ মাপকাঠি! সেনাৰ ন্যায়াধীশ এডভোকেট জেনেৰেল নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়  

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা (স্বা)ৰ সৰ্বাত্মক বন্ধৰ ঘোষণা

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা (স্বা)ৰ সৰ্বাত্মক বন্ধৰ ঘোষণা

একাধাৰে গীতিকাৰ, নাট্যকাৰ, অভিনেতা, পৰিচালক হেমন্ত দত্তৰ দেহাৱসান; শোকস্তব্ধ সাহিত্য-সাংস্কৃতিক জগত

একাধাৰে গীতিকাৰ, নাট্যকাৰ, অভিনেতা, পৰিচালক হেমন্ত দত্তৰ দেহাৱসান; শোকস্তব্ধ সাহিত্য-সাংস্কৃতিক জগত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd